অংশুমান কৰ (ইংৰাজী: Angshuman Kar) এজন বাঙালী কবি। তেওঁ বৰ্তমান পশ্চিমবঙ্গ বৰ্ধমান বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাধ্যাপক হিচাপে কৰ্মৰত।[1]

জন্ম পশ্চিমবঙ্গৰ বাঁকুড়াৰ বেলিয়াতোড়ত।[2] ২০১২ চনত পাঁচ মাহৰ বাবে সাহিত্য অকাডেমিৰ পূৰ্বাঞ্চলৰ সচিবৰ দায়িত্ব বহন কৰিছিল।[1] তেওঁৰ তত্ত্বাৱধানত গৱেষণা-কৰ্ম সমাপন কৰি ইতিমধ্যে ১৩জন গৱেষকে পিএইচডি ডিগ্ৰী লাভ কৰিছে।[1] কবিতাৰ সমান্তৰালভাৱে উপন্যাস,গল্প, নাটক, অনুবাদ আদিতো অংশুমান কৰ সমানে দক্ষ। কবিতা পাঠৰ বাবে বাংলাদেশ, স্কটলেণ্ড, আমেৰিকা, জাৰ্মানী আদি দেশলৈ ইতিমধ্যে যাত্ৰা কৰাৰ সুযোগ পাইছে।[2]

পুৰস্কাৰ আৰু সন্মান[1][2]

সম্পাদনা কৰক
  • পশ্চিমবঙ্গ চৰকাৰ প্ৰদত্ত পশ্চিমবঙ্গ বাংলা অকাডেমি পুৰস্কাৰ
  • কৃত্তিবাস পুৰস্কাৰ
  • বঙ্গীয় সাহিত্য পৰিষদ পুৰস্কাৰ
  • মল্লিকা সেনগুপ্ত পুৰস্কাৰ

সম্পাদিত ইংৰাজী আৰু বাংলা গ্ৰন্থ[1][2]

সম্পাদনা কৰক
  1. The Politics of Social Exclusion in India: Democracy at the Crossroads
  2. Contemporary Indian Diaspora: Literary and Cultural representations
  3. Word and Truth: Reading Sankha Ghosh
  4. Divided: Partition Memoirs from Either Side of Bengal
  5. Marginality in Australian Literature: Negotiating Cultural Representations
  6. Australia-India Encounters: History, Literature, Culture
  7. কালো অষ্ট্ৰেলিয়াৰ কবিতা
  8. সীমানা ছাডি়য়ে‍
  9. ভাৰতবৰ্ষেৰ কবিতা
  10. কাঁটাতাৰ ও কবিতা

অনূদিত গ্ৰন্থ[1]

সম্পাদনা কৰক
  • Wound is the Shelter

কাব্যগ্ৰন্থ[1][2]

সম্পাদনা কৰক
  1. পুনৰাগমনায় চ
  2. মন সাৰাইয়েৰ দোকান
  3. মিমিজান
  4. স্বনিৰ্বাচিত অংশুমান
  1. আমি বিনয় মজুমদাৰ
  2. পাৰিজাতে প্ৰহৰে প্ৰহৰে (সংলাপ উপন্যাস)
  3. কান্না কেনাৰ লোক

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 "বৰ্ধমান বিশ্ববিদ্যালয়". https://www.buruniv.ac.in/Downloads/Biodata/EMP_2292_AngshumanKar.pdf। আহৰণ কৰা হৈছে: 21 September 2024. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 অংশুমান কৰ (২০২১). পুনৰাগমনায় চ. অক্ষৰবৃত্ত. পৃষ্ঠা. Back flap of the dust jacket. ISBN 978-93-92712-15-9.