অজগৰ সাপ
অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
অজগৰ সাপ (ইংৰাজী: Asiatic reticulated python, বৈজ্ঞানিক নাম-Python reticulatus) দক্ষিণ-পূব এছিয়াত দেখা পোৱা এবিধ সাপৰ প্ৰজাতি৷[3] বিশ্বৰ আটাইতকৈ দীঘল সাপ হিচাপে ইয়াক আখ্যা দিয়া হয়৷ [4]
অজগৰ সাপ (Asiatic reticulated python | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
উপপৰ্ব: | Vertebrata |
শ্ৰেণী: | Reptilia |
বৰ্গ: | Squamata |
উপবৰ্গ: | Serpentes |
পৰিয়াল: | Pythonidae |
গণ: | Python |
প্ৰজাতি: | P. reticulatus |
বৈজ্ঞানিক নাম | |
Python reticulatus (Schneider, 1801)[1] | |
সমাৰ্থক | |
বিৱৰণ
সম্পাদনা কৰকঅজগৰ সমগ্ৰ এছিয়া মহাদেশৰ স্থানীয় সাপবোৰৰ ভিতৰত আটাইতকৈ বৃহৎ সাপৰ প্ৰজাতি৷ সুমাত্ৰাত পোৱা প্ৰায়ভাগ অজগৰ সাপৰেই দেহৰ দৈৰ্ঘ্য ১.৫-৬.৫ মিটাৰ পৰ্যন্ত আৰু ওজন ১-৭৫ কিলোগ্ৰাম পৰ্যন্ত হয়৷ [5]
ইহঁতৰ ৰঙৰ সাজোন অতি জটিল জ্যামিতিক সাজোন, য'ত বিভিন্ন ৰং সন্নিবিষ্ট হৈ থাকে। পিঠিত কাষৰ ফালে সুক্ষ্ম চিহ্ন আৰু মধ্যাংশ পাতলীয়া ৰঙেৰে সজ্জিত হীৰাকৃতিৰ এটা শ্ৰেণী থাকে। বিস্তৃত ভৌগোলিক পৰিসৰৰ এই প্ৰজাতিটোৰ, আকাৰ, ৰং আদিৰ যথেষ্ট ভিন্নতা দেখা পোৱা যায়।
বিতৰণ
সম্পাদনা কৰকঅজগৰ সাপ দক্ষিনপূৱ এচিয়া (নিকোবৰ দ্বীপপুঞ্জ, উত্তৰপূৱ ভাৰত, বাংলাদেশ, বাৰ্মা, থাইলেণ্ড, লাৱজ, কেম্ব'ডিয়া, ভিয়েটনাম, মালেচিয়া, আৰু চিংগাপুৰ) ইণ্ডোনেচিয়া আৰু ইণ্ড'-অষ্ট্ৰেলিয়ান দ্বীপপুঞ্জ (সুমাত্ৰা, মেন্টাৱাই দ্বীপপুঞ্জ, নাটোনা দ্বীপপুঞ্জ, বৰ্নেঅ', ছুলাৱেচি, জাভা, লম্বক, ছুম্বাৱা, ছুম্বা, ফ্ল'ৰেছ, টাইম'ৰ, মালোকো, টানিম্বাৰ দ্বীপপুঞ্জ) আৰু ফিলিপাইনত পোৱা যায়।
তথ্যসূূূূত্ৰ
সম্পাদনা কৰক- ↑ ITIS (Integrated Taxonomic Information System). www.itis.gov.
- ↑ McDiarmid RW, Campbell JA, Touré T. 1999. Snake Species of the World: A Taxonomic and Geographic Reference, Volume 1. Herpetologists' League. 511 pp. ISBN 1-893777-00-6 (series). ISBN 1-893777-01-4 (volume).
- ↑ "Python reticulatus". Integrated Taxonomic Information System. http://www.itis.gov/servlet/SingleRpt/SingleRpt?search_topic=TSN&search_value=209567। আহৰণ কৰা হৈছে: 12 September 2007.
- ↑ Fredriksson, G. M. (2005). "Predation on Sun Bears by Reticulated Python in East Kalimantan, Indonesian Borneo". Raffles Bulletin of Zoology খণ্ড 53 (1): 165–168. http://dare.uva.nl/document/161117.
- ↑ Shine, R., Harlow, P. S., & Keogh, J. S. (1998). The influence of sex and body size on food habits of a giant tropical snake, Python reticulatus. Functional Ecology, 12(2), 248-258.
লগতে চাওক
সম্পাদনা কৰক- Auliya, M.A. (2003): Taxonomy, Life History and Conservation of Giant Reptiles in West Kalimantan. Ph.D. thesis, University of Bonn.
- Auliya, M.A.; Mausfeld, P.; Schmitz, A. & Böhme, W. (2002): Review of the reticulated python (Python reticulatus Schneider, 1801{{{1}}}) with the description of new subspecies from Indonesia. Naturwissenschaften 89(5): 201–213. doi:10.1007/s00114-002-0320-4 (HTML abstract, electronic supplement available to subscribers)
- Raven, H.C. (1946): Adventures in python country. Natural History 55: 38–41.
- Schneider, J.G. 1801. Historiae Amphibiorum naturalis et literariae Fasciculus Secundus continens Crocodilos, Scincos, Chamaesauras, Boas, Pseudoboas, Elapes, Angues, Amphisbaenas et Caecilias. Frommann. Jena. vi + 364 pp. + 2 plates. ("[Boa] Reticulata", pp. 264-266.)
- Shine R, Ambariyanto, Harlow PS, Mumpuni. Reticulated pythons in Sumatra: biology, harvesting and sustainability. Biol. conserv. ISSN 0006-3207. Abstract at CAT.INIST. Accessed 12 September 2007.
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত অজগৰ সাপ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Reticulated python life history Archived 2019-08-27 at the Wayback Machine at Reticulatedpython.info Archived 2010-03-14 at the Wayback Machine. Accessed 7 November 2009
- Python reticulatus at ReptileExpert.org. Accessed 22 August 2011.
- Reticulated python Archived 2016-04-14 at the Wayback Machine at Answers.com. Accessed 12 September 2007.
- Study of man-eating snakes: Snakes are predators on, prey of, and competitors with primates Cornell Chronicle Online. Accessed 22 December 2011.