অজামিল উপাখ্যান

অসমীয়া সাহিত্য

অজামিল উপাখ্যান ভাগৱত পুৰাণৰ কাহিনীৰ আধাৰত শ্ৰীমন্ত শংকৰদেৱ[1] বিৰচিত এক জনপ্ৰিয় আখ্যান৷ ভাগৱত পুৰাণৰ ষষ্ঠ কাণ্ডত বৰ্ণিত এক আখ্যানৰ মুখ্য চৰিত্ৰৰ নাম অজামিল।[2] ভগৱানৰ স্বৰ্গীয় নাম জপৰ জৰিয়তে আনকি পাপীৰো পাপ মোচন হৈ যে পৰম মুক্তি লাভ কৰিব পাৰি, সেই ব্যাখ্যা আগবঢ়াবলৈ অজামিলৰ আখ্যানটো হিন্দু ধৰ্মত ব্যৱহৃত হৈ আহিছে।[3]

তথ্য সূত্ৰ

সম্পাদনা কৰক
  1. পূৰ্ণানন্দ ভূঞা (২০২১). শংকৰী সংস্কৃতিৰ আভাস. 
  2. "শ্ৰীমদ্ভাগৱত, ষষ্ঠ কাণ্ড". vedabase.net. Archived from the original on 2021-08-16. https://web.archive.org/web/20210816074307/http://vedabase.net/sb/6/en। আহৰণ কৰা হৈছে: 2019-11-28. 
  3. "তাৰকা মন্ত্ৰ" (en-IN ভাষাত). The Hindu. 2016-05-04. ISSN 0971-751X. https://www.thehindu.com/features/friday-review/religion/faith-taraka-mantra/article8557118.ece.