অৱকলন
এই গণিত-সম্পৰ্কীয় প্ৰবন্ধটো এটা পোখালি, প্ৰবন্ধটো বিস্তাৰ কৰি আপুনিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
গণিতশাস্ত্ৰত বা বিশেষকৈ ইয়াৰ উপক্ষেত্ৰ কলন-গণিতত,বাস্তৱ চলকবিশিষ্ট ফলনৰ অধ্যয়ণৰ এক মৌলিক আহিলা হৈছে অৱকলন গণিত, যি পদাৰ্থবিজ্ঞানৰ লগতে বিজ্ঞানৰ আন আন ক্ষেত্ৰসমূহতো প্ৰযোজ্য। সহজ ভাষাত ক'বলৈ গ'লে কোনো এক ফলনৰ অৱকলন হৈছে চলকৰ মানৰ এক সূক্ষ্ম সালসলনিৰ ফলনৰ মান কিমান সলনি হৈছে, অৰ্থাৎ ফলনৰ মানৰ সালসলনি আৰু চলকৰ মানৰ সালসলনিৰ অনুপাত য'ত চলকৰ মানৰ সালসলনি অতি সূক্ষ্ম, বেছি শুদ্ধকৈ ক'লে অসীমভাৱেসূক্ষ্ম।