আইজল (ইংৰাজী: Aizawl; ইংৰাজী ভাষাউচ্চাৰণ: /ˈzɔːl/;[2] মিজো: [ˈʌɪ̯.ˈzɔːl] ( শুনক)) হৈছে মিজোৰামৰ ৰাজধানী চহৰ। ১৮৯০ চনত ২৫ ফেব্ৰুৱাৰীত আইজল চহৰে আনুষ্ঠানিক স্বীকৃতি লাভ কৰে। মুঠ ২,৯৩,৪১৬ জনসংখ্যাৰে[3] ই ৰাজ্যখনৰ বৃহত্তম চহৰ। ৰাজ্যৰ প্ৰশাসনীয় কাম-কাজসমূহ ইয়াৰপৰাই পৰিচালিত হয়। জনগাঁ‌ঠনিৰ সিংহভাগ মিজোসকলৰ বিভিন্ন জনগোষ্ঠীৰে গঠিত।

আইজল
ৰাজধানী
আইজল চহৰ ঘড়ীৰ কাঁ‌টাৰ দিশত ওপৰৰ বাওঁ‌ফালৰপৰা: পাচুংগা বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰ, ছল'ম'নৰ মন্দিৰ, আইজল বজাৰ, নিশাৰ ভাগত আইজল, লেংপুই বিমান বন্দৰৰ ভৱন
আইজল চহৰ
ঘড়ীৰ কাঁ‌টাৰ দিশত ওপৰৰ বাওঁ‌ফালৰপৰা: পাচুংগা বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰ, ছল'ম'নৰ মন্দিৰ, আইজল বজাৰ, নিশাৰ ভাগত আইজল, লেংপুই বিমান বন্দৰৰ ভৱন
দেশ  ভাৰত
ৰাজ্য মিজোৰাম
জিলা আইজল
চৰকাৰ
 • পৰিচালনা আইজল পৌৰসভা
 • মেয়ৰ পি.চি. লাহমিংথাঙা (মিজো নেচনেল ফ্ৰ'ণ্ট)
কালি
 • মুঠ 457 km2 (176 sq mi)
উচ্চতা
1,132 m (3,714 ft)
জনসংখ্যা
 (২০১১)
 • মুঠ ২৯৩৪১৬
 • ঘনত্ব 234/km2 (610/sq mi)

ভৌগোলিক বিৱৰণ

সম্পাদনা কৰক

জনগাঁ‌ঠনি

সম্পাদনা কৰক

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 "Aizawl City Census 2011 data". census2011.co.in. http://www.census2011.co.in/census/city/185-aizawl.html। আহৰণ কৰা হৈছে: 17 May 2018. 
  2. "Definition of Aizawl". The Free Online Dictionary. http://www.thefreedictionary.com/Aizawl। আহৰণ কৰা হৈছে: 31 October 2013. 
  3. "Aizawl City Population". census2011.co.in. http://www.census2011.co.in/census/city/185-aizawl.html। আহৰণ কৰা হৈছে: 15 August 2012.