আলু
এই প্ৰবন্ধ ৱিকিপিডিয়াৰ ক্ষিপ্ৰ বিলোপনৰ মাপকাঠি অনুসৰি ক্ষিপ্ৰ বিলোপনৰ যোগ্য। কাৰণ:বিশেষ তথ্যৰ যোগান ধৰা নাই। বৈধ ক্ৰাইটেৰিয়াৰ বাবে, চাওক ক্ষিপ্ৰ বিলোপনৰ মাপকাঠী।
যদি এই প্ৰবন্ধটো ক্ষিপ্ৰ বিলোপনৰ উপযোগী নহয়, অথবা আপুনি যদি প্ৰবন্ধটোৰ বিকাশ কৰাৰ ইচ্ছা প্ৰকাশ কৰে, অনুগ্ৰহ কৰি পৃষ্ঠাৰ পৰা এই জাননীখন আতৰাই দিয়ক, কিন্তু আপুনি নিজে তৈয়াৰ কৰা প্ৰবন্ধ ৰ পৰা জাননীখন আতৰাই নিদিব। আপুনি যদি পৃষ্ঠাটো তৈয়াৰ কৰি থাকে, আৰু ক্ষিপ্ৰ বিলোপনৰ ক্ষেত্ৰত অসন্মতি পোষণ কৰে, তেন্তে আপত্তি জনাবৰ বাবে তলৰ বাকচটোত ক্লিক কৰক। এইটোৱে আপোনাক আলোচনা পৃষ্ঠালৈ লৈ যাব আৰু তাতেই উল্লেখ কৰা নিৰ্দিষ্ট নীতি অনুযায়ী ব্যাখ্যা কৰক কিয় এই প্ৰবন্ধ পৃষ্ঠাটো অপসাৰণ কৰা উচিত নহয়। অথবা আলোচনা পৃষ্ঠাত গৈ আপুনি নতুন বাৰ্তা যোগ কৰিব পাৰে অথবা আগৰ বাৰ্তাৰ উত্তৰ আহিছে নে নাই সেয়া পৰীক্ষা কৰিব পাৰে। লক্ষ্য কৰক এই জাননীখন যুক্ত কৰাৰ পাছত যি কোনো সময়তেই (সাধাৰনতে ৭ দিনৰ পাছত) এই পৃষ্ঠাটো বিলোপ কৰা হ’ব পাৰে, যদি ক্ষিপ্ৰ বিলোপনৰ মাপকাঠিৰ চৰ্ত সম্পূৰ্ণৰূপে পূৰণ নকৰে অথবা আলোচনা পৃষ্ঠাত উল্লেখিত যুক্তিবোৰ যথেষ্ট নহয়। সম্পাদকৰ প্ৰতি টোকা: আপুনি বৰ্তমানলৈকে এই প্ৰবন্ধৰ আলোচনা পৃষ্ঠা সৃষ্টি কৰা নাই। অনুগ্ৰহ কৰি এটা বাৰ্তা আলোচনা পৃষ্ঠাত যোগ কৰক আৰু কাৰণ দৰ্শাওক যে এই প্ৰবন্ধটো কিয় বিলোপ কৰা অনুচিত।
যদি আপুনি আলোচনা পৃষ্ঠাত বাৰ্তা দিয়াৰ পাছটো এই জাননীখন দেখুৱাই থাকে তেন্তে পৃষ্ঠাৰ কেশ্ব নিকা কৰি পুনৰ চেষ্টা কৰক। প্ৰশাসকবৃন্দ: বিলোপনৰ আগেয়ে পৰীক্ষা কৰক সংযোগ, ইতিহাস (শেষ), আৰু লগ [1]. গুগল ৱেব, সংবাদ সন্ধানৰ বিষয়টি বিবেচনা কৰক।
|
আলু এবিধ সুষম পুষ্টিকৰ খাদ্য। আলুৰ বৈজ্ঞানিক নাম Solanum tuberosum। গছৰ শিপাত, মাটিৰ তলত ইয়াৰ উৎপাদন হয়। আলুৰ খেতি কৰি বহুলভাৱে ইয়াৰ উৎপাদন কৰা হয় কাৰণ আলুৰ চাহিদা অতি বেছি। আলু নামৰ এই খাদ্য বস্তুটোৰ লগত প্ৰথম চিনাকি আছিল দক্ষিণ আমেৰিকাৰ পেৰু আৰু বলিভিয়াৰ মানুহৰ। সেই ঠাইত বাস কৰা ইণ্ডিয়ান সকলে প্ৰচুৰ আলু খেতি কৰিছিল। ১৫৭০ চনত স্পেইনৰ অভিযাত্ৰীসকলে ইউৰোপত আলুৰ প্ৰচলন আৰম্ভ কৰে। বৰ্তমান পৃথিৱীৰ সকলো দেশতে আলুৰ খেতি কৰা হয়। আলু উৎপাদনত শীৰ্ষ স্থানত আছে ৰাছিয়া, তাৰ পাছতে আছে পোলেণ্ড, চীন, জাৰ্মানী আদি।
আলু | |
---|---|
খেতি কৰা আলু বিভিন্ন ৰং, আকাৰ, আৰু আকৃতিত পোৱা যায় | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Asterids |
বৰ্গ: | Solanales |
পৰিয়াল: | Solanaceae |
গণ: | Solanum |
প্ৰজাতি: | S. tuberosum |
বৈজ্ঞানিক নাম | |
Solanum tuberosum L. |