ইংৰাজী ৱিকিপিডিয়া (ইংৰাজী: English Wikipedia) অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ইংৰাজী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান 68,91,502 প্ৰবন্ধ আছে।

Favicon of Wikipedia ইংৰাজী ৱিকিপিডিয়া
ইউ আৰ এল en.wiki.x.io
শ্লোগান মুক্ত বিশ্বকোষ
বাণিজ্যক নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা ইংৰাজী ভাষা
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

পৰিসংখ্যা

সম্পাদনা কৰক

২০২৪ চনত ইংৰাজী ৱিকিপিডিয়াৰ ৬৮,৯১,৫০২টা প্ৰবন্ধ, ৪,৮০,৬৬,০০০ গৰাকী সম্পাদক, ৮৪৮ গৰাকী প্ৰশাসক আৰু ৯,২৭,৭৭৭টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ১,২৪,৪৮,১২,৭০৭।[1]

বাহ্যিক সংযোগ

সম্পাদনা কৰক

ইংৰাজী ৱিকিপিডিয়া

তথ্য সংগ্ৰহ

সম্পাদনা কৰক