অসমীয়া স্বৰবৰ্ণমালাৰ সপ্তম আখৰ। 'ঋ'ৰ উচ্চাৰণ 'ৰি'ৰ দৰে।[1] ব্ৰেইল্ত 'ঋ'-ক এনেদৰে ⠐ (braille pattern dots-5)⠗ (braille pattern dots-1235) লিখা যায়।[2]

ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে

সম্পাদনা কৰক

ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে 'ঋ'ৰ ৰূপ সলনি হয়, অৰ্থাৎ ইয়াক অন্য ৰূপত লিখা হয়। সেই ৰূপ 'ঋ'ৰ গৌণ ৰূপ। 'ঋ'ৰ সেই ৰূপটো হ'ল 'ৃ'।[3] উদাহৰণ স্বৰূপে, ক্+ঋ=কৃ।

ৰূপ চিহ্ন ইউনিক’ড ক’ড নম্বৰ ইউনিক’ডত বিৱৰণ[4]
স্বতন্ত্ৰ ৰূপ U+098B U+098B BENGALI LETTER VOCALIC R
গৌণ ৰূপ U+09C3 U+09C3 BENGALI VOWEL SIGN VOCALIC R

'ঋ' বৰ্ণৰে আৰম্ভ হোৱা শব্দৰ উদাহৰণ

সম্পাদনা কৰক

ঋ-কাৰ যুক্ত শব্দৰ উদাহৰণ

সম্পাদনা কৰক
  • কৃষি
  • পৃথিৱী
  • বৃত্ত
  • কৃত
  • কৃতকাৰ্য
  • কৃতঘ্ন
  • গৃহ
  • ঘৃণা
  • দৃশ্য
  • নৃত্য
  • বৃটিছ
  • মৃগ
  • মৃত্যু
  • শৃংখলা
  • শৃংগ
  • সৃষ্টি
  • হৃদয়

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. ডেকা আৰু ডেকাৰ 'ৰচনা প্ৰবাহ'ৰ 'অসমীয়া বৰ্ণমালা--স্বৰবৰ্ণ'ৰ মতে
  2. World Braille Usage, UNESCO, 2013
  3. ডেকা আৰু ডেকাৰ 'ৰচনা প্ৰবাহ'ৰ পৃষ্ঠা ৫
  4. বাংলা ইউনিক'ড তালিকা (পি.ডি.এফ.)
"https://as.wiki.x.io/w/index.php?title=ঋ&oldid=447447"ৰ পৰা অনা হৈছে