কলাপচন্দ্ৰ (১৬-১৭ শতিকা) শংকৰদেৱৰ এগৰাকী কায়স্থ ভক্ত আছিল। ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত ৪ৰ্থ স্কন্ধ ভাগৱতৰ 'সতীৰ চৰিত্ৰ' আৰু 'পৃথুৰ চৰিত্ৰ'ৰ ভাঙনি কৰিছিল।[1]