কান্দুৰা ডেকাফুকন
অসমৰ স্বাধীনতা সংগ্ৰামী
কান্দুৰা ডেকাফুকন (ইংৰাজী: Kandura Deka Phukan) অসমৰ এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ আন এগৰাকী বিদ্ৰোহী নেতা গমধৰ কোঁৱৰৰ মুখ্য সহযোগী আছিল।[1] তেওঁ নিজকে ৰজা হিচাপে ঘোষণা কৰি কেঁকোৰা দোলা, আৰোৱাণ আদি ব্যৱহাৰ কৰিছিল।[2]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ লক্ষ্মীনাথ বেজবৰুৱা. "বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি". পৃষ্ঠাসমূহ: ৬০. http://as.m.wikisource.org/wiki/%E0%A6%AA%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BE:%E0%A6%AC%E0%A7%B0%E0%A6%AC%E0%A7%B0%E0%A7%81%E0%A7%B1%E0%A6%BE%E0%A7%B0_%E0%A6%AD%E0%A6%BE%E0%A7%B1%E0%A7%B0_%E0%A6%AC%E0%A7%81%E0%A7%B0%E0%A7%8D%E0%A6%AC%E0%A7%81%E0%A7%B0%E0%A6%A3%E0%A6%BF.pdf/%E0%A7%AC%E0%A7%A8। আহৰণ কৰা হৈছে: 27 August 2023.
- ↑ Dhruba Jyoti Das. "Anti-British Uprising in Assam (1826-30)". International Journal of Humanities Social Science and Management. https://ijhssm.org/issue_dcp/Anti%20British%20Uprising%20in%20Assam%20(1826%2030)%20.pdf। আহৰণ কৰা হৈছে: 27 August 2023.