কাশ্মিৰী ৱিকিপিডিয়া

ৱিকিপিডিয়াৰ কাশ্মিৰী ভাষাৰ সংস্কৰণ


কাশ্মিৰী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ কাশ্মিৰী ভাষাৰ সংস্কৰণ। ২০০৪ চনত এই সংস্কৰণ মুকলি কৰা হৈছিল। ২০২১ চনৰ ২৯ নৱেম্বৰত ই ১০০০ প্ৰবন্ধৰ মাইলৰ খুঁটি অতিক্ৰম কৰে।[1][2][3][4] ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ৬,২০৮ টা প্ৰবন্ধ আছে।[5] ২০২৪ চনৰ ডিচেম্বৰ মাহলৈকে ইয়াৰ ১১,৮৩০ জন পঞ্জীয়নভুক্ত ব্যৱহাৰকাৰী আছে আৰু প্ৰবন্ধৰ সংখ্যা অনুসৰি ই ৱিকিপিডিয়াৰ ২০৭ সংখ্যক বৃহত্তম সংস্কৰণ।

Favicon of Wikipedia কাশ্মিৰী ৱিকিপিডিয়া
Type of site
ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
Available in কাশ্মিৰী ভাষা
Owner ৱিকিমিডিয়া ফাউণ্ডেশ্যন
URL ks.wiki.x.io
Commercial নহয়
Registration বৈকল্পিক

২০০৪ চনত কাশ্মীৰী ৱিকিপিডিয়া আৰম্ভ হয়। এই তাৰিখটো কাশ্মীৰী ৱিকিপিডিয়াৰ জন্মদিন হিচাপেও পালন কৰা হয়।

ব্যৱহাৰকাৰী আৰু সম্পাদক

সম্পাদনা কৰক
Kashmiri Wikipedia statistics
Number of user accounts Number of articles Number of files Number of administrators
11995 6208 13 2

বাহ্যিক সংযোগ

সম্পাদনা কৰক

তথ্যসূত্ৰ

সম্পাদনা কৰক