চাপৰ (IPA: ˈtʃɑːpə) (ইংৰাজী: Chapar)অসমধুবুৰী জিলাত অৱস্থিত এখন ঠাই ৷ এই অঞ্চলটো অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰো গৃহভূমি৷

চাপৰ
নগৰ
দেশ  ভাৰত
ৰাজ্য অসম
অসমৰ জিলাসমূহ ধুবুৰী জিলা
উচ্চতা
22 m (72 ft)
জনসংখ্যা
 (2001)
 • মুঠ 18,559


ভৌগোলিক বিৱৰণ

সম্পাদনা কৰক

ভৌগোলিকভাৱে চাপৰ 26°16′N 90°28′E / 26.27°N 90.47°E / 26.27; 90.47.[1]ত অৱস্থিত৷ সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা প্ৰায় ২২ মিটাৰ (৭২ ফুট)৷

আন্ত:গাঁথনি

সম্পাদনা কৰক

২০১১ চনৰ লোকপিয়ল অনুসৰি চাপৰৰ মুঠ জনসংখ্যা ১৮,৫৫৯ জন[2]৷ ইয়াৰে ৫২% পুৰুষ আৰু ৪৮% মহিলা৷ মুঠ জনসংখ্যাৰ ১৪% ছয় বছৰৰ অনুৰ্ধৰ৷ চাপৰৰ গড় সাক্ষৰতাৰ হাৰ ৬৫% ৷ ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ গড় সাক্ষৰতাৰ হাৰ পৃথককৈ ক্ৰমান্বয়ে ৭১% আৰু ৫৮%৷

যাতায়ত ব্যৱস্থা

সম্পাদনা কৰক

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথটো চাপৰৰ মাজেদি পাৰ হৈ গৈছে৷

তথ্যসূত্ৰ

সম্পাদনা কৰক