মূল ফাইল (3,144 × 1,416 পিক্সেল, ফাইলৰ মাত্ৰা: 153 KB, MIME প্ৰকাৰ: image/jpeg)

বৰ্ণনা

খেতি পথাৰত পকা ধান কাটিবলৈ দাৱনিয়ে কাঁচি ব্যৱহাৰ কৰে। কাঁচি লোৰে নিৰ্মিত, আগৰ পৰা গুৰিলৈকে কাঁচিৰ অসংখ্য সৰু সৰু বেকা দাঁত থাকে, দাঁত বোৰ ধাৰ থকা। গুৰিৰ ফালে কাঁচি এটা জোং থাকে, সেই জোঙত এটা কাঠৰ বা বাঁহৰ নাল লগোৱা হয়, নালটোৰ আগফালটো ফাটি নাযাবলৈ লোৰ আঙঠি সদৃশ বেৰি লগোৱা থাকে।

উৎস

নিজা কাম

তাৰিখ

২৮ এপ্ৰিল, ২০১২

স্বতাধিকাৰী

নিতুল বৰা

অনুমতি
(ফাইলৰ পুনঃব্যৱহাৰ)

তলত চাওক

{{Cc-by-sa-3.0}

অনুজ্ঞাপত্ৰ

সম্পাদনা কৰক

ফাইলৰ ইতিবৃত্ত

ফাইলৰ আগৰ অৱস্থা চাবলৈ সেই তাৰিখ/সময়ত ক্লিক কৰক।

তাৰিখ/সময়ক্ষুদ্ৰ প্ৰতিকৃতিআকাৰসদস্যমন্তব্য
বৰ্তমান20:12, 28 April 201220:12, 28 April 2012ৰ সংস্কৰণৰ ক্ষুদ্ৰ প্ৰতিকৃতি3,144 × 1,416 (153 KB)নিতুল বৰা (আলোচনা | বৰঙণি)

তলত দিয়া পৃষ্ঠাটোৱে এই ফাইলটো ব্যৱহাৰ কৰে:

মেটাডেটা