চিত্ৰ:খোল.jpeg
এই খচৰাৰ আকাৰ: 800 × 600 পিক্সেল. আন ৰিজ'লিউশ্যনসমূহ: 320 × 240 পিক্সেল | 640 × 480 পিক্সেল | 1,024 × 768 পিক্সেল | 1,280 × 960 পিক্সেল | 2,560 × 1,920 পিক্সেল | 3,264 × 2,448 পিক্সেল।
মূল ফাইল (3,264 × 2,448 পিক্সেল, ফাইলৰ মাত্ৰা: 3.32 MB, MIME প্ৰকাৰ: image/jpeg)
সাৰাংশ
সম্পাদনা কৰকবৰ্ণনা |
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গীত,মাত, ভতিমা, অংকিয়া ভাওনা, নাম-প্ৰসঙ্গ আদিত খোল বাদ্য যন্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হয়। খোলৰ গা অংশক ডিমা বোলা হয়। ডিমা টান গছৰ গা অংশ কাটি আনি মাজটো খুলনি দি খোলা কৰি লোৱা হয়। খোলৰ এটা মুৰ সৰু আৰু আনটো মুৰ অলপ ডাঙৰ কৰি তৈয়াৰ কৰা হয়। দুই মুৰত জন্তুৰ চামৰা লগাই তাত লা লগাই দিয়া হয় যাতে মাত ভালকৈ ওলাই। তাকে ঘুণ দিয়া বুলি কোৱা হয়। ভাওনাৰ বৰধেমালি সৰুধেমালিৰ বাবে খোলৰ বিশষ প্ৰয়োজন হয়। অংকিয়া ভাওনাৰ প্ৰতিটো ভাওৰীয়া প্ৰবেশ কৰিবলৈ খোল বজোৱা হয় । |
---|---|
উৎস |
নিজা কাম |
তাৰিখ |
২৮ মে, ২০১২ |
স্বতাধিকাৰী | |
অনুমতি (ফাইলৰ পুনঃব্যৱহাৰ) |
তলত চাওক |
অনুজ্ঞাপত্ৰ
সম্পাদনা কৰকএই কাৰ্যৰ অনুমতি ক্ৰিয়েটিভ কমঞ্চ এট্ৰিব্যুশ্বন-শ্বেয়াৰ-এলাইক ৩.০ অনুজ্ঞাপত্ৰৰ অন্তৰ্গত। |
ফাইলৰ ইতিবৃত্ত
ফাইলৰ আগৰ অৱস্থা চাবলৈ সেই তাৰিখ/সময়ত ক্লিক কৰক।
তাৰিখ/সময় | ক্ষুদ্ৰ প্ৰতিকৃতি | আকাৰ | সদস্য | মন্তব্য | |
---|---|---|---|---|---|
বৰ্তমান | 19:41, 28 May 2012 | 3,264 × 2,448 (3.32 MB) | নিতুল বৰা (আলোচনা | বৰঙণি) | == {{int:filedesc}} == {{Information |Description=মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গীত,মাত, ভতিমা, অংকিয়া ভাওনা, নাম-প্ৰসঙ্গ আদিত খ�... |
আপুনি এই ফাইলটো প্ৰতিস্থাপন কৰিব নোৱাৰে।
ফাইল ব্যৱহাৰ
এই ফাইলটো কোনো পৃষ্ঠাই ব্যৱহাৰ কৰা নাই