চিত্ৰ:ধোঁৱাচাঙ.jpg
ধোঁৱাচাঙ.jpg (640 × 480 পিক্সেল, ফাইলৰ মাত্ৰা: 88 KB, MIME প্ৰকাৰ: image/jpeg)
সাৰাংশ
সম্পাদনা কৰকচিত্ৰৰ বৰ্ণনাখৰিৰ সৈতে ধোঁৱাচাঙত খেতিৰ দিনৰ বাবে সংৰক্ষণ কৰি ৰখা পকা ৰঙালাউ । অসমীয়া গাঁওবোৰত ৰঙালাউ আৰু কোমোৰাবোৰ এইদৰেই ধোঁৱাচাঙত বছৰ জুৰি সংৰক্ষণ কৰি ৰাখে । আচলতে ধোঁৱাচাঙ খন এইবোৰৰ বাবেই বনোৱা হয় । ঠিক জুহালৰ ওপৰতেই এই চাং খন বনোৱা হয় যাতে ধোঁৱাৰ বাবে তালৈ কোনোধৰণৰ মহ মাখি যাব নোৱাৰে । আৰু বস্তুবোৰ ভাল হৈ থাকে । তদুপৰি ধোঁৱাচাঙত ৰান্ধিবৰ বাবে প্ৰয়োজনীয় খৰিও জমা কৰি ৰখা হয় । - উৎস-নিজৰ সংগ্ৰহকাৰী-মাধুৰীমা ঘৰফলীয়া সময়-১৫.০৫.২০১২
অনুজ্ঞাপত্ৰ
সম্পাদনা কৰকএই কাৰ্যৰ অনুমতি ক্ৰিয়েটিভ কমঞ্চ এট্ৰিব্যুশ্বন-শ্বেয়াৰ-এলাইক ৩.০ অনুজ্ঞাপত্ৰৰ অন্তৰ্গত। |
ফাইলৰ ইতিবৃত্ত
ফাইলৰ আগৰ অৱস্থা চাবলৈ সেই তাৰিখ/সময়ত ক্লিক কৰক।
তাৰিখ/সময় | ক্ষুদ্ৰ প্ৰতিকৃতি | আকাৰ | সদস্য | মন্তব্য | |
---|---|---|---|---|---|
বৰ্তমান | 08:06, 17 May 2012 | 640 × 480 (88 KB) | মাধুৰীমা (আলোচনা | বৰঙণি) | চিত্ৰৰ বৰ্ণনাখৰিৰ সৈতে ধোঁৱাচাঙত খেতিৰ দিনৰ বাবে সংৰক্ষণ কৰি ৰখা পকা ৰঙালাউ । অসমীয়া গাঁওবোৰ... |
আপুনি এই ফাইলটো প্ৰতিস্থাপন কৰিব নোৱাৰে।
ফাইল ব্যৱহাৰ
এই ফাইলটো কোনো পৃষ্ঠাই ব্যৱহাৰ কৰা নাই