ছিৰাজ (১৯৮৮ চলচ্চিত্ৰ)

অসমীয়া চলচ্চিত্ৰ (১৯৮৮)

ছিৰাজ (ইংৰাজী: Siraj) ১৯৮৮ চনত মুক্তি পোৱা এখন অসমীয়া পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ। এইখন ফণী শৰ্মা আৰু বিষ্ণু প্ৰসাদ ৰাভাই যুটীয়াভাবে পৰিচালনা কৰা ১৯৪৮-ৰ চলচ্চিত্ৰ ছিৰাজৰ পুনঃনিৰ্মিত সংস্কৰণ। ছিৰাজ (১৯৮৮) প্ৰথম অসমীয়া পুনঃনিৰ্মিত (remake) চলচ্চিত্ৰ। ছবিখন পৰিচালনা কৰিছে ভূপেন হাজৰিকাই। আৰ.বি. ফিল্মছৰ বেনাৰত নিৰ্মিত ছিৰাজ প্ৰযোজনা কৰিছে ৰমন ভাই মেহতাই। লক্ষ্মীধৰ শৰ্মাৰ চুটিগল্প ছিৰাজ আৰু ফণীৰ শৰ্মাৰ 'ছিৰাজ'ৰ (১৯৪৮) চিত্ৰনাট্যৰ আধাৰত ছবিখনৰ চিত্ৰনাট্য ৰচনা কৰিছে ভূপেন হাজৰিকাই।[1]

ছিৰাজ
পৰিচালক ভূপেন হাজৰিকা
চিত্ৰনাট্য ভূপেন হাজৰিকা
কাহিনী লক্ষ্মীধৰ শৰ্মা
প্ৰযোজক ৰমন ভাই মেহতা
অভিনয়ত নিপন গোস্বামী
মৃদুলা বৰুৱা
চিত্ৰগ্ৰহণকাৰী কমল নায়ক
সম্পাদনা শিৱ ভট্টাচাৰ্য্য
সংগীত পৰিচালক ভূপেন হাজৰিকা
মুক্তি
১৯৮৮
দেশ ভাৰত
ভাষা অসমীয়া
গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকন্ঠশিল্পী দৈৰ্ঘ্য
1. "কঁপি উঠে কিয় তাজমহল
সুৰː ভূপেন হাজৰিকা"  
ভূপেন হাজৰিকাসমৰ হাজৰিকা, মণিমা শইকীয়া  
2. "কঁপি উঠে কিয় তাজমহল
"  
ভূপেন হাজৰিকাভূপেন হাজৰিকা, লতা মংগেশকাৰ  
3. "আৰু নবজাবি বীণ বাটৰুৱা, নবজাবি তোৰ বীণ
সুৰː শিৱ ভট্টাচাৰ্য"  
শিৱ ভট্টাচাৰ্যভূপেন হাজৰিকা, উষা মংগেশকাৰ  
4. "হাতে বাঁশি মুখে হাঁসি কদমৰে ডালে বসি (ঝুমুৰ)"  প্ৰচলিতসমৰ হাজৰিকা, মণিমা শ‌ইকীয়া  
5. "আল্লাৰ বিনে কেও নাই আৰ (জিকিৰ)"  আজান ফকীৰভূপেন হাজৰিকা  
6. "অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম
সুৰː ভূপেন হাজৰিকা"  
ভূপেন হাজৰিকাভূপেন হাজৰিকা আৰু সংগীবৃন্দ  
  1. 1.0 1.1 "Siraj full movie". voot.com. https://www.voot.com/movie/siraj/1128865। আহৰণ কৰা হৈছে: 15 December 2022. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক