টীয়ক অসমযোৰহাট জিলাত অৱস্থিত এখন ঠাই। ই যোৰহাট নগৰৰ পৰা প্ৰায় ২৫ কি:মি: দূৰত অৱস্থিত।

টীয়ক
নগৰ
দেশ  ভাৰত
ৰাজ্য অসম
জিলা যোৰহাট জিলা

ভৌগোলিক বিৱৰণ

সম্পাদনা কৰক

ভৌগোলিকভাৱে টীয়ক 26°30′N 94°15′E / 26.50°N 94.25°E / 26.50; 94.25 ত অৱস্থিত।[1][2]

ৰাষ্ট্ৰীয় ঘাইপথ ৩৭এ যোৰহাটক অসমৰ আন ঠাইসমূহৰ লগত সংযোগ কৰিছে। যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰটো হৈছে টীয়কৰ নিকটবৰ্ত্তী বিমানবন্দৰ।

টীয়কৰ প্ৰধান শিক্ষানুষ্ঠান ‌সমূহ হৈছে-

বিদ্যালয়

সম্পাদনা কৰক
  • চন্দ্ৰকমল বেজবৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়, বলমা
  • বনাই উচ্চ মাধ্যমিক বিদ্যালয়
  • জ্যোতি বিদ্যাপীঠ, টীয়ক
  • টীয়ক জাতীয় বিদ্যালয়
  • টীয়ক উচ্চ মাধ্যমিক বিদ্যালয়
  • হলি ফ্লাৱাৰ হাই স্কুল
  • টীয়ক উচ্চ মাধ্যমিক বালিকা বিদ্যালয়
  • টীয়ক ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • বেন গাৰ্ডেন হাই স্কুল
  • টীয়ক ৰজাবাৰী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়

মহাবিদ্যালয়

সম্পাদনা কৰক

টীয়ক ১০২ নং টীয়ক বিধান সভা সমষ্টি আৰু যোৰহাট (লোকসভা সমষ্টি) ৰ অন্তৰ্গত।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক