তামিল ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ তামিল সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১,৬৮,১৬৭ প্ৰবন্ধ আছে।

Favicon of Wikipedia তামিল ৱিকিপিডিয়া
ইউ আৰ এল ta.wiki.x.io
শ্লোগান মুক্ত বিশ্বকোষ
বাণিজ্যক নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা তামিল
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

পৰিসংখ্যা

সম্পাদনা কৰক

২০২৪ চনত তামিল ৱিকিপিডিয়াৰ ১,৬৮,১৬৭টা প্ৰবন্ধ, ২,৩৭,০০০ গৰাকী সম্পাদক, ৩২ গৰাকী প্ৰশাসক আৰু ৮,৭৪৫টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৪০,৯৬,৫৬৫।[1]

বাহ্যিক সংযোগ

সম্পাদনা কৰক

তামিল ৱিকিপিডিয়া

তথ্য সংগ্ৰহ

সম্পাদনা কৰক