তৃষ্ণা বন্যপ্ৰাণী অভয়াৰণ্য
ত্ৰিপুৰাৰ এখন বন্যপ্ৰাণী অভয়াৰণ্য
তৃষ্ণা বন্যপ্ৰাণী অভয়াৰণ্য (ইংৰাজী: Trishna Wildlife Sanctuary) হৈছে ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ দক্ষিণ ত্ৰিপুৰা জিলাৰ এখন বন্যপ্ৰাণী অভয়াৰণ্য।[1]
তৃষ্ণা বন্যপ্ৰাণী অভয়াৰণ্য | |
---|---|
অভয়াৰণ্যত এটা মেঠোন | |
অৱস্থান | দক্ষিণ ত্ৰিপুৰা জিলা, ত্ৰিপুৰা |
নিকটতম চহৰ | উদয়পুৰ |
স্থানাংক | 23°25′18″N 91°18′47″E / 23.42167°N 91.31306°Eস্থানাংক: 23°25′18″N 91°18′47″E / 23.42167°N 91.31306°E |
মাটিকালি | ১৯৪.৭ বৰ্গ কি.মি. (19,47,00,000 বৰ্গ মিটাৰ) |
প্ৰতিস্থা | ১৯৮৮ |
বিৱৰণ
সম্পাদনা কৰক১৯৪.৭ বৰ্গ কিলোমিটাৰ (৭৫.২ বৰ্গ মাইল) এলেকাজুৰি বিস্তৃত; এই অভয়াৰণ্যখন ১৯৮৮ চনত প্ৰথমে এখন সংৰক্ষিত অঞ্চল হিচাপে ঘোষণা কৰা হৈছিল।[2]
উদ্ভিদকুল আৰু প্ৰাণীকুল
সম্পাদনা কৰকএই অভয়াৰণ্যখনৰ উদ্ভিদবোৰ পৰ্ণপাতী আৰু অৰ্ধ-চিৰসেউজ অৰণ্যৰ অন্তৰ্ভুক্ত। ইয়াত পোৱা প্ৰধান বন্যপ্ৰাণীসমূহৰ ভিতৰত মেঠোন, হলৌ বান্দৰ, সোণালী বান্দৰ, টুপীমূৰীয়া বান্দৰ আৰু চৰাইবোৰৰ ভিতৰত দলমৰা, বগা বুকুৱা মাছৰোকা, ফেঁচু, পাতসিয়া, চুটীয়া শালিকা আদি উল্লেখযোগ্য।[3]
তথ্য উৎস
সম্পাদনা কৰক- ↑ "Trishna Wild Life Sanctuary". https://southtripura.nic.in/tourist-place/trishna-wild-life-sanctuary/.
- ↑ "Tripura". Ministry of Environment, Forest and Climate Change, Government of India. https://wii.gov.in/eia/wildlife_database/tripura। আহৰণ কৰা হৈছে: 1 June 2024.
- ↑ "National Parks and Wildlife Sanctuaries in India". Ministry of Environment, Forest and Climate Change, Government of India. November 2021. https://tourism.gov.in/sites/default/files/2023-04/9%20Compendium%20Book_2021_Low%20%281%29%20%282%29.pdf। আহৰণ কৰা হৈছে: 1 June 2024.