দানৱ ৰাজবংশউত্তৰ-পূব ভাৰতঅসমত ৰাজনৈতিক শাসনৰ সূত্ৰপাত কৰিছিল।[1] মহীৰংগ দানৱে এই বংশ প্ৰতিষ্ঠা কৰিছিল। তেওঁলোক কিৰাট মূলৰ লোক আছিল। কালিকা পুৰাণত এই শাসকসকলৰ উল্লেখ আছে কিন্তু একো পুৰাতাত্বিক প্ৰমাণ নাই।

প্ৰাগজ্যোতিষ ৰাজ্য
Statusকিংবদন্তি
Governmentৰাজতন্ত্ৰ
Historical eraলৌহ যুগ
পৰৱৰ্তী
নৰক ৰাজবংশ

কিৰাট শাসকৰ শেষজন ঘটকাসুৰক নৰক ৰাজবংশৰ কিংবদন্তি ৰজা নৰকাসুৰে বধ কৰি নিজৰ শাসন আৰম্ভ কৰে।[2]

  • মহীৰংগ (মৈৰং)
  • হটকাসুৰ
  • শম্ভাসুৰ
  • ৰত্নাসুৰ
  • ঘটকাসুৰ
  1. (Gait 1906, পৃষ্ঠা 11)
  2. (Gait 1906, পৃষ্ঠা 12)

তথ্যসূত্ৰ

সম্পাদনা কৰক