ধৰ্মকাই
অসমীয়া চলচ্চিত্ৰ
ধৰ্মকাই (ইংৰাজী: Dharmakai) ১৯৭৭ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। জ্যোতি সমবায় সমিতিয়ে প্ৰযোজনা কৰা ছবিখনৰ পৰিচালক ভবেন দাস। সঙ্গীত পৰিচালনা জয়ন্ত হাজৰিকাৰ। মূল চৰিত্ৰত অভিনয় কৰিছে বিজু ফুকন, ইলা কাকতি, প্ৰশান্ত হাজৰিকা আদিয়ে।[1]
ধৰ্মকাই Dharmakai | |
---|---|
ধৰ্মকাইৰ এটি দৃশ্যত বিজু ফুকন আৰু প্ৰশান্ত হাজৰিকা | |
পৰিচালক | ভবেন দাস |
চিত্ৰনাট্য | ভবেন দাস, প্ৰসন্ন কুমাৰ বৰুৱা |
কাহিনী | প্ৰসন্ন কুমাৰ বৰুৱা |
প্ৰযোজক | জ্যোতি চিত্ৰ সমবায় সমিতি |
অভিনয়ত | বিজু ফুকন ইলা কাকতি |
চিত্ৰগ্ৰহণকাৰী | পিণ্টু দাশগুপ্ত |
সংগীত পৰিচালক | জয়ন্ত হাজৰিকা |
মুক্তি |
১১ জানুৱাৰী ১৯৭৭ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
কাহিনীৰ সাৰাংশ
সম্পাদনা কৰকঅভিনয় শিল্পী
সম্পাদনা কৰক
|
|
কলা-কুশলী
সম্পাদনা কৰক- (তথ্যছকত নথকা)
- কাহিনী, সংলাপ- প্ৰসন্ন কুমাৰ বৰুৱা
- চিত্ৰনাট্য- ভবেন দাস, প্ৰসন্ন কুমাৰ বৰুৱা
- শব্দগ্ৰহণ- অৱনী চেতাৰ্জী
সংগীত
সম্পাদনা কৰক'ধৰ্মকাই'ৰ সংগীত জয়ন্ত হাজৰিকাৰ। গীতৰ সংখ্যা ৪টা। নিৰ্মলা মিশ্ৰ আৰু জয়ন্ত হাজৰিকাই কণ্ঠ দিয়া গীতকেইটা যথেষ্ট জনপ্ৰিয় হৈছিল।[2]
গীতৰ শীৰ্ষ | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
নং | শিৰোনাম | গীতিকাৰ | কন্ঠশিল্পী | দৈৰ্ঘ্য | ||||||
1. | "ভৰিৰ তলুৱাৰ পৰা যদি ধৰাখন খহি খহি পৰা যেন লাগে" | ভূপেন হাজৰিকা | জয়ন্ত হাজৰিকা | |||||||
2. | "এক দুই তিনি গান্ধী পুতলাক পাইছানে চিনি" | বিপুল বৰুৱা | জয়ন্ত হাজৰিকা | |||||||
3. | "জীৱনত হাঁহিবা কেতিয়া চকুলো মচিবা কেতিয়া" | নিৰ্মলপ্ৰভা বৰদলৈ | নিৰ্মলা মিশ্ৰ | |||||||
4. | "সঁচাকে’ কোৱা কথাটি কোৱা ভাল জানো মোক পোৱা" | নিৰ্মলপ্ৰভা বৰদলৈ | নিৰ্মলা মিশ্ৰ, জয়ন্ত হাজৰিকা |
তথ্য উৎস
সম্পাদনা কৰক- ↑ 1.0 1.1 Das Arunlochan (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃষ্ঠা. 248.
- ↑ Babul Das (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃষ্ঠা. 277.