নক্সা (আলোচনী)
(নক্সা... দ্য ফ্রেম এণ্ড ফাউণ্ডেশ্যনৰ পৰা পুনঃনিৰ্দেশিত)
এই প্ৰবন্ধৰ বিষয়বস্তুৱে সম্ভৱতঃ ৱিকিপিডিয়াৰ সাধাৰণ উল্লেখযোগ্যতাৰ নিৰ্দেশাৱলী মানি চলা নাই। অনুগ্ৰহ কৰি বিষয়টোৰ সম্পৰ্কে বিশ্বাসযোগ্য তথ্য-উৎস সন্নিবিষ্ট কৰি উল্লেখযোগ্যতা সাব্যস্ত কৰাত সহায় কৰক। উল্লেখযোগ্যতা সাব্যস্ত নহ'লে প্ৰবন্ধটো একত্ৰিত, পুনঃনিৰ্দেশ, বা বিলোপ কৰা হ'ব পাৰে। |
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
নক্সা ধেমাজি জিলাৰ পৰা প্ৰকাশিত আৰু ডিব্ৰুগড়ৰ পৰা মুদ্ৰিত সাহিত্য-সংস্কৃতি বিষয়ক দুমহীয়া এখন ক্ষুদ্ৰ আলোচনী। আলোচনীখনৰ প্ৰতিটো সংখ্যাই নিৰ্ধাৰিত বিষয় এটাক মূল বিষয় হিচাপে লৈ প্ৰকাশ পাই আহিছে।[1] আলোচনীখনৰ আই এচ এচ এন নং হ'ল: ISSN 2319-5193।
সম্পাদক | নৱ কুমাৰ চমুৱা |
---|---|
প্ৰকাশনৰ হাৰ | দুমহীয়া (অনিয়মীয়া) |
প্ৰকাশক | নক্সা, প্ৰিণ্ট এণ্ড পাব্লিকেশ্বন, ডিব্ৰুগড় আৰু ধেমাজি |
প্ৰথম সংখ্যা | জানুৱাৰী-ফেব্ৰুৱাৰী, ২০১২ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
ISSN সংখ্যা | 2319-5193 |
'নক্সা....দ্য ফ্ৰেম এণ্ড ফাউণ্ডেশ্যন' নামৰ এটি সদ্য প্ৰতিষ্ঠিত সামাজিক সংস্থাৰ দ্বাৰা সাহিত্য চৰ্চাৰ উদ্যম হিচাপে ইতিমধ্যে ২০১২ চনৰ জানুৱাৰীৰ পৰা প্ৰকাশ হৈ আহিছে এই দুমহীয়া আলোচনী নক্সাৰ।[1]
আলোচনীখনৰ সংখ্যাসমূহ
সম্পাদনা কৰক- প্ৰথম বছৰ, প্ৰথম সংখ্যা, জানুৱাৰী-ফেব্ৰুৱাৰী, ২০১২
- প্ৰথম বছৰ, দ্বিতীয় সংখ্যা, মাৰ্চ-এপ্ৰিল, ২০১২
- প্ৰথম বছৰ, তৃতীয় সংখ্যা, মে’-জুন, ২০১২
- প্ৰথম বছৰ, চতুৰ্থ সংখ্যা, জুলাই-আগষ্ট, ২০১২
- প্ৰথম বছৰ, পঞ্চম সংখ্যা, চেপ্তম্বৰ-অক্টোবৰ, ২০১২
- প্ৰথম বছৰ, ষষ্ঠ সংখ্যা, নবেম্বৰ-ডিচেম্বৰ, ২০১২
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 নক্সা, নিৰ্বাচিত ৰচনা ২০১২ - ১০১৮. প্ৰকাশক ডিব্ৰুগড়: নক্সা, প্ৰিণ্ট এণ্ড পাব্লিকেশ্বন. ডিচেম্বৰ ২০২২. পৃষ্ঠা. ১৯৩ - ২১৫. ISBN 978-93-5777-634-9.