নেৱা প্ৰচলিত লিপি
নেৱাৰী বা নেপাল ভাষা লিখিবলৈ ব্যৱহাৰ কৰা লিপি
প্ৰচলিত হ'ল ব্ৰাহ্মী লিপিৰ পৰা উৎপত্তি হোৱা ব্ৰাহ্মিক লিপি পৰিয়ালৰ এটা অংশ নেপালী লিপিৰ পৰা বিকশিত হোৱা এক প্ৰকাৰৰ আবুগিদা লিপি ৷ নেৱাৰী বা নেপাল ভাষা, সংস্কৃত আৰু পালি ভাষা লিখাৰ ক্ষেত্ৰত এই লিপি ব্যবহাৰ কৰা হয় ৷ ছিকিম চৰকাৰৰ বুলেটিন ছিকিম হেৰাল্ড (নেৱাৰী সংস্কৰণ)কে ধৰি বিভিন্ন প্ৰকাশন এতিয়াও এই লিপিতে প্ৰকাশ পায়।
Prachalit Nepal | |
---|---|
The word 'Prachalit Nepal' in Prachalit Nepal script | |
প্ৰকাৰ | Abugida |
ভাষা | Nepal Bhasa, Sanskrit, Pali |
মাতৃ লিপি | |
ভগ্নী লিপি | Ranjana Bhujimol |
ইউনিক'ড ৰে'ঞ্জ | U+11400–U+1147F |
স্বৰবৰ্ণ
সম্পাদনা কৰকব্যঞ্জনবৰ্ণ
সম্পাদনা কৰকচিহ্ন
সম্পাদনা কৰকসংখ্যা
সম্পাদনা কৰকতথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ Masica, Colin (1993). The Indo-Aryan languages. পৃষ্ঠা. 143.