প্ৰসৱোত্তৰ বিষণ্নতা

(পʼষ্টপাৰ্টাম ডিপ্ৰেচনৰ পৰা পুনঃনিৰ্দেশিত)

পʼষ্টপাৰ্টাম ডিপ্ৰেচন (ইংৰাজী: Postpartum depression ) বা প্ৰসৱোত্তৰ অৱসাদ যাক প্ৰসৱৰ পিছৰ বিষণ্ণতা বুলিও কোৱা হয়, হৈছে প্ৰসৱৰ পিছত হোৱা এক অৱসাদ, যিয়ে পুৰুষ আৰু মহিলাক সমানে আক্ৰান্ত কৰিব পাৰে। লক্ষণসমূহ হৈছে অত্যাধিক মনৰ দুখ, কম শিৰীৰিক শক্তি, উদ্বেগ, কান্দোন, খিংখিঙীয়া স্বভাৱ, টোপনি, খাদ্যাভ্যাসৰ পৰিৱৰ্তন, ইত্যাদি।[1] এই প্ৰসৱোত্তৰ হতাশা নৱজাত শিশুৰ ওপৰতো নেতিবাচক প্ৰভাৱ পেলাব পাৰে।[3][2] যদিও প্ৰসৱোত্তৰ হতাশাৰ সঠিক কাৰণ অস্পষ্ট, কাৰণটো শাৰীৰিক, আৱেগিক, আনুবংশিক আৰু সামাজিক কাৰকৰ সংমিশ্ৰণ বুলি বিশ্বাস কৰা হয়। [1][4] ইয়াত হৰমনৰ পৰিৱৰ্তন আৰু টোপনিৰ অভাৱৰ দৰে কাৰক অন্তৰ্ভুক্ত থাকিব পাৰে।[1][5] বিপদাশংকাৰ কাৰকবোৰৰ ভিতৰত আছে প্ৰসৱোত্তৰ হতাশা, বাইপোলাৰ বিকাৰ, হতাশাৰ পাৰিবাৰিক ইতিহাস, মানসিক চাপ, সন্তান জন্মৰ জটিলতা, সমৰ্থনৰ অভাৱ, ঔষধ বা ড্ৰাগছ ব্যৱহাৰৰ বিকাৰ। [1] এজন ব্যক্তিৰ লক্ষণৰ ওপৰত আধাৰিত ৰোগ নিৰ্ণয় কৰা হয়। [2] যদিও বেছিভাগ মহিলাই প্ৰসৱৰ পিছত কিছুদিনৰ বাবে অৱসাদ অনুভৱ কৰে, প্ৰসৱোত্তৰ হতাশাৰ সন্দেহ কৰিব পৰা যায় যেতিয়া লক্ষণবোৰ গুৰুতৰ হয় আৰু দুসপ্তাহৰ অধিক সময় থাকে।

প্ৰসৱোত্তৰ হতাশা
অন্য নাম প্ৰসৱোত্তৰ হতাশা বা বিষাদ
প্ৰসৱোত্তৰ হতাশা শুক্ৰ বা ভেনাছ, সন্তান জন্মৰ পিছত অনুভৱ কৰা ক্ষতি আৰু শূন্যতাৰ প্ৰতিনিধিত্ব
বিভাগ মনোৰোগ বিজ্ঞান
লক্ষণ অত্যাধিক দুখ, ভাগৰ,কম শাৰীৰিক শক্তি, উদ্বেগ, টোপনি খাদ্যাভাসৰ পৰিৱৰ্তন, কান্দোন, খং উঠা[1]
আৰম্ভণি সন্তান জন্মৰ এসপ্তাহৰ পৰা এমাহলৈ[1]
কাৰণ অস্পষ্ট[1]
আশংকাৰ কাৰণ পূৰ্বৰ প্ৰসৱোত্তৰ হতাশা, বাইপোলাৰ বিকাৰ, মুখ্য হতাশাজনিত বিকাৰ, মানসিক চাপ, সন্তান জন্মৰ জটিলতা, সমৰ্থনৰ অভাৱ, ঔষধ ব্যৱহাৰৰ বিকাৰ পাৰিবাৰিক ইতিহাস।[1]
ৰোগ নিৰূপণ লক্ষণৰ ওপৰত আধাৰিত[2]
একেধৰণৰ ৰোগ প্ৰসৱোত্তৰ বিষাদ বা বেবী ব্লুজ]][1]
চিকিৎসা মনোচিকিৎসা পৰামৰ্শ (কাউনচেলিং), ঔষধ[2]
পুনৰাবৃত্তি ~জন্মৰ ১৫%[1]

চিহ্ন আৰু লক্ষণসমূহ

সম্পাদনা কৰক

স্নায়ুজীৱবিজ্ঞান

সম্পাদনা কৰক

আৰম্ভ আৰু সময়কাল

সম্পাদনা কৰক

পিতৃ-মাতৃ-নৱজাতকৰ সম্পৰ্ক

সম্পাদনা কৰক

পিতৃৰ প্ৰসৱোত্তৰ হতাশা

সম্পাদনা কৰক

যিসকল অভিভাৱকে এটা সন্তান তুলি লয়

সম্পাদনা কৰক

এলজিবিটিকিউৰ সমস্যাসমূহ

সম্পাদনা কৰক
  1. 1.00 1.01 1.02 1.03 1.04 1.05 1.06 1.07 1.08 1.09 "Postpartum Depression Facts". NIMH. https://www.nimh.nih.gov/health/publications/postpartum-depression-facts/index.shtml। আহৰণ কৰা হৈছে: 11 June 2017. 
  2. 2.0 2.1 2.2 2.3 "Postpartum depression". American Journal of Obstetrics and Gynecology খণ্ড 200 (4): 357–364. April 2009. doi:10.1016/j.ajog.2008.11.033. PMID 19318144. 
  3. "The effect of postpartum depression on child cognitive development and behavior: a review and critical analysis of the literature". Archives of Women's Mental Health খণ্ড 6 (4): 263–274. November 2003. doi:10.1007/s00737-003-0024-6. PMID 14628179. 
  4. "Postpartum Depression: Pathophysiology, Treatment, and Emerging Therapeutics". Annual Review of Medicine খণ্ড 70 (1): 183–196. January 2019. doi:10.1146/annurev-med-041217-011106. PMID 30691372. 
  5. "Reproductive hormone sensitivity and risk for depression across the female life cycle: a continuum of vulnerability?". Journal of Psychiatry & Neuroscience খণ্ড 33 (4): 331–343. July 2008. PMID 18592034. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক
বৰ্গীকৰণ
বাহ্যিক সমল