পঞ্জাবী ৱিকিপিডিয়া
পঞ্জাবী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ পঞ্জাবী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ৫৪,৭৮৫ প্ৰবন্ধ আছে।
পঞ্জাবী ৱিকিপিডিয়া | |
---|---|
ইউ আৰ এল | pa.wiki.x.io |
শ্লোগান | মুক্ত বিশ্বকোষ |
বাণিজ্যক | নহয় |
প্ৰকাৰ | ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প |
পঞ্জীয়ন | বৈকল্পিক |
ভাষা | পঞ্জাবী ভাষা |
স্বত্বাধিকাৰী | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
পৰিসংখ্যা
সম্পাদনা কৰক২০২৪ চনত পঞ্জাবী ৱিকিপিডিয়াৰ ৫৪,৭৮৫টা প্ৰবন্ধ, ৫১,০০০ গৰাকী সম্পাদক, ১০ গৰাকী প্ৰশাসক আৰু ১,৮৪৪টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৭,৬৮,৩৬৪।[1]