পঞ্জাবী ৱিকিপিডিয়া

(পাঞ্জাবী ৱিকিপিডিয়াৰ পৰা পুনঃনিৰ্দেশিত)

পঞ্জাবী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ পঞ্জাবী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ৫৪,৭৮৫ প্ৰবন্ধ আছে।

Favicon of Wikipedia পঞ্জাবী ৱিকিপিডিয়া
ইউ আৰ এল pa.wiki.x.io
শ্লোগান মুক্ত বিশ্বকোষ
বাণিজ্যক নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা পঞ্জাবী ভাষা
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

পৰিসংখ্যা

সম্পাদনা কৰক

২০২৪ চনত পঞ্জাবী ৱিকিপিডিয়াৰ ৫৪,৭৮৫টা প্ৰবন্ধ, ৫১,০০০ গৰাকী সম্পাদক, ১০ গৰাকী প্ৰশাসক আৰু ১,৮৪৪টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৭,৬৮,৩৬৪।[1]

বাহ্যিক সংযোগ

সম্পাদনা কৰক

পঞ্জাবী ৱিকিপিডিয়া

তথ্য সংগ্ৰহ

সম্পাদনা কৰক