পূব মৈথিলী বা পূৰ্বী মৈথিলী হৈছে মৈথিলী ভাষাৰ এটা উপভাষা, যিটো প্ৰধানকৈ ভাৰতৰ মিথিলা অঞ্চলত কোৱা হয়। ইয়াক প্ৰধানকৈ ভাৰতবিহাৰ ৰাজ্যৰ পূৰ্ণিয়া বিভাগত কোৱা হয়।[1][2] ভাৰতৰ ২০১১ চনৰ লোকপিয়ল অনুসৰি এই ভাষাৰ প্ৰায় ১১,১১৬ জন বক্তা আছে।[3] ই ভাগলপুৰ আৰু দুমকা অঞ্চলত কোৱা অংগিকা ভাষাৰ সৈতে বহুত মিল আছে।

পূব মৈথিলী
পূৰ্বী মৈথিলী
𑒣𑒴𑒩𑒥𑒲 𑒧𑒻𑒟𑒱𑒪𑒲 • पूरबी मैथिली

পূৰ্বী মৈথিলী, তিৰহুতা লিপিৰে লিখা
থলুৱা অঞ্চল ভাৰত
অঞ্চল মিথিলা
জাতীয়তা মৈথিলী
ভাষা পৰিয়াল
লিখন প্ৰণালী তিৰহুতা লিপি আৰু দেৱনাগৰী
ভাষা সংকেত
ISO 639-3 mai

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. George Abraham, Grierson (1909). "An introduction to Maithili language". https://archive.org/details/introductiontoma00grierich/page/n17/mode/2up?view=theater. 
  2. "Language-Maithili-Eastern". GlobalRecordings.net. https://globalrecordings.net/en/language/13320. 
  3. "Language census of India 2011". https://censusindia.gov.in/nada/index.php/catalog/42458/download/46089/C-16_25062018.pdf.