বদৰপুৰ
বদৰপুৰ (ইংৰাজী: Badarpur; বঙালী: বদব়পুব়) অসমৰ কৰিমগঞ্জ জিলাত অৱস্থিত এখন নগৰ৷ বদৰপুৰ ২০২২ চনৰ ৩১ ডিচেম্বৰলৈকে কৰিমগঞ্জ জিলাৰ অন্তৰ্গত আছিল।
বদৰপুৰ
বদরপুর | |
---|---|
নগৰ | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | কৰিমগঞ্জ |
উচ্চতা | ১৬ মিটাৰ (৫২ ফুট) |
জনসংখ্যা (2001) | |
• মুঠ |
11,291 |
ভৌগোলিক অৱস্থান
সম্পাদনা কৰকভৌগোলিকভাৱে বদৰপুৰ 24°54′N 92°36′E / 24.9°N 92.6°E অৱস্থানত অৱস্থিত৷[1] সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা প্ৰায় ১৬ মিটাৰ (৫২ ফুট)৷
আন্ত:গাঁথনি
সম্পাদনা কৰক২০১১ চনৰ লোকপিয়ল অনুসৰি,[2] বদৰপুৰৰ মুঠ জনসংখ্যা ১১,২৯১ জন৷ [3] ইয়াৰে ৫২% পুৰুষ আৰু ৪৮% মহিলা৷ বদৰপুৰৰ জনসংখ্যাৰ ১০% ছয় বছৰ বয়সৰ অনুৰ্ধৰ৷
বদৰপুৰৰ গড় সাক্ষৰতাৰ হাৰ ৮৪%৷ ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ পৃথককৈ গড় সাক্ষৰতাৰ হাৰ ক্ৰমান্বয়ে ৭৪% আৰু ৫৬%৷
যাতায়ত ব্যৱস্থা
সম্পাদনা কৰকৰেল আৰু নৈশ বাছ সেৱাৰ সুবিধা আছে।
শিক্ষা
সম্পাদনা কৰকৰাজনীতি
সম্পাদনা কৰকবদৰপুৰ কৰিমগঞ্জ (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত৷ [4]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ Falling Rain Genomics, Inc - Badarpur
- ↑ "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01.
- ↑ "Population Finder". Censusindia.gov.in. http://www.censusindia.gov.in/PopulationFinder/Population_Finder.aspx। আহৰণ কৰা হৈছে: 2012-09-30.
- ↑ "List of Parliamentary & Assembly Constituencies". অসম. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-05.