বলিউড হাংগামা

ভাৰতীয় মনোৰঞ্জন ৱেবছাইট

বলিউড হাংগামা (পূৰ্বে পৰিচিত ইণ্ডিয়া এফএম বা ইণ্ডিয়া এফএম ডট্ কম) এখন বলিউড বিনোদন ৱেবচাইট, হাংগামা ডিজিটেল মিডিয়া এণ্টাৰটেইনমেণ্টৰ মালিকানাধীন, যিটো ২০০০ চনত ৱেবচাইটটো অধিগ্ৰহণ কৰিছিল।[2][3]

বলিউড হাংগামা
Type of site
বলিউডৰ গচিপ, মুভি ৰিভিউ
Available in ইংৰাজী, হিন্দী
Owner হাংগামা ডিজিটেল মিডিয়া বিনোদন
URL www.bollywoodhungama.com
Commercial হয়
Registration বিনামূল্য/সন্মতি
Launched ১৬ জুন ১৯৯৮; ২৬ বছৰ আগত (1998-06-16)
Current status সক্ৰিয়

ৱেবচাইটটো ভাৰতীয় চলচ্চিত্ৰ শিল্প, বিশেষত বলিউড, ফিল্ম ৰিভিউ আৰু বক্স অফিচৰ ৰিপোৰ্ট সম্পৰ্কিত সংবাদ সৰবৰাহ কৰে। ১৯৯৮ চনৰ ১৫ জুনত আৰম্ভ হোৱা ৱেবচাইটটোৰ মূল নাম আছিল "ইণ্ডিয়াএফএম ডটকম"। ইয়াৰ নামটো পৰিবৰ্তন কৰি ২০০৮ চনত "বলিউড হাংগামা" কৰা হয়।[4] বলিউড হাংগামা চিচি-বিৱাই-৩.০ (CC-BY-3.0 license) লাইচেঞ্চৰ অধিনত তেওঁলকৰ ছবি প্ৰকাশ কৰিছে।

২০২০ চনৰ এপ্ৰিল লৈকে ভাৰতত ইয়াৰ এলেক্সা ৰেঙ্কিং ৮৭৯।[1]

বহিঃ সংযোগ

সম্পাদনা কৰক