বাকু পাপেট থিয়েটাৰ
বাকু পাপেট থিয়েটাৰ বা বাকু পুতলা থিয়েটাৰৰ (ইংৰাজী: Baku Puppet Theatre) পূৰ্বৰ নাম আছিল আজাৰবাইজান ৰাজ্যিক পুতলা থিয়েটাৰ। আব্দুলা শেইখৰ নামত ইয়াৰ নাম ৰখা হৈছিল, যাক আজাৰবাইজানী ভাষাত Abdulla Şaiq adına Azərbaycan Dövlət Kukla Teatrı বোলা হৈছিল। বাকুৰ নেফ্চিলা এভিনিউত এই থিয়েটাৰটো অৱস্থিত। ১৯১০ চনত পলিছ স্থাপত্যবিদ জোচেফ প্লজকোই একলেটিক ষ্টাইলত এই স্থাপত্যটো নিৰ্মাণ কৰিছিল। ইয়াৰ প্ৰাৰম্ভণি হৈছিল মুভি থিয়েটাৰ ৰূপে।[2]
"Phenomenon", "Satyragite" | |
![]() | |
ঠিকনা | নেফ্চিলা এভিনিউ, ৩৬ [1] বাকু আজাৰবাইজান ( ![]() |
---|---|
স্থানাংক | 40°22′2.04″N 49°50′21.17″E / 40.3672333°N 49.8392139°Eস্থানাংক: 40°22′2.04″N 49°50′21.17″E / 40.3672333°N 49.8392139°E |
ৰাজহুৱা পৰিবহন | চাহিল মেট্ৰ’ ষ্টেচন |
ধৰণ | পুতলা থিয়েটাৰ |
আসন ক্ষমতা | ২১০ খন আসন |
নিৰ্মাণ | |
স্থাপিত | জুন ১৯১০ |
পুনৰ নিৰ্মিত | ১৯২১ |
বছৰ সক্ৰিয় | ১৯৩১ চনৰপৰা |
স্থপতিবিদ | Józef Płoszko |
পুতলাবোৰ কেই চেণ্টিমিটাৰ মানৰপৰা এজন মানুহৰ দুগুণ পৰ্যন্ত বিভিন্ন আকাৰৰ হয়।[3]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ https://www.pronouncekiwi.com/Neftchilar%20(Baku%20Metro)
- ↑ Ш.С. Фатуллаев. Градостроительство и архитектура Азербайджана XIX-начала XX века, Ленинград, 1986, с. 229 (Russian)
- ↑ "Puppet Theatre". City Life.az. Archived from the original on 2013-02-23. https://web.archive.org/web/20130223183633/http://citylife.az/catalog.php?lang=en&pt2=1&ps=50&nid=51। আহৰণ কৰা হৈছে: 2010-05-16.
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত বাকু পাপেট থিয়েটাৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |