ব্ৰুচ ৱিলিছ
এই জীৱনীমূলক প্ৰবন্ধটোৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰিবৰ বাবে অতিৰিক্ত উদ্ধৃতি (তথ্যৰ উত্স) প্ৰদান কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উত্সৰ উল্লেখ কৰি প্ৰবন্ধটোৰ মানদণ্ড উন্নত কৰক কিয়নো উত্স নথকা প্ৰবন্ধৰ তথ্যসমূহে পঢ়ুৱৈৰ অপকাৰ সাধন কৰিব পাৰে। আপুনি যদি উদ্ধৃতি দিবলৈ অসুবিধা পাইছে তেনেহ’লে আপোনাৰ সুবিধাৰ বাবেই লিখা উদ্ধৃতিৰ সংক্ষিপ্ত সহায়িকাখন নিশ্চয় এবাৰ চকু ফুৰাই চাওক। |
এইটো এটা অনূদিত বা অনুবাদ চলি থকা প্ৰবন্ধ। ইয়াৰ তাৎপৰ্য্য কেইবাটাও হ'ব পাৰে। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
ওপৰত দিয়াৰ দৰে বিভিন্ন কাৰণত অনুবাদ প্ৰবন্ধ এটা দেখাত আপচু বা চুটি দেখা যাব পাৰে। লগতে প্ৰবন্ধত সম্পূৰ্ণ তথ্য নাথাকিবও পাৰে। আধৰুৱা তথ্য ক্ষতিকাৰক হ'ব পাৰে। সেয়ে এনে প্ৰবন্ধ পঢ়োঁতে পঢ়ুৱৈক নিজৰ বিবেক ব্যৱহাৰ কৰি প্ৰয়োজন হ'লে আমাৰ ৱিকিপিডিয়াতে ক্ষান্ত নাথাকি মূল প্ৰবন্ধটোও বিচাৰি পঢ়ি ল'বলৈ অনুৰোধ কৰা হ'ল। লগতে অনুবাদকসকলকো সাবধান হ'বলৈ অনুৰোধ কৰা হ'ল। |
ব্ৰুচ ৱিলিছৰ (ইংৰাজী: Bruce Willis) সম্পূৰ্ণ নাম 'ৱাল্টাৰ ব্ৰুচ ৱিলিছ' (জন্ম ১৯৫৫ চনৰ ১৯ মাৰ্চ) ৷ জাৰ্মানত জন্মগ্ৰহণ কৰা এইজন আমেৰিকান অভিনেতা একেৰাহে এজন সংগীতজ্ঞ হোৱাৰ উপৰিও এজন প্ৰযোজকো৷ ১৯৮০ চনত দূৰদৰ্শনৰ মাধ্যমেৰে কেৰিয়াৰ আৰম্ভ কৰা ব্ৰুচ ৱিলিছে এতিয়ালৈকে চলচ্চিত্ৰ তথা দূৰদৰ্শন, দুয়োটা মাধ্যমতে তেওঁৰ সুনামৰ জয়যাত্ৰা অব্যাহত ৰাখিছে৷ ঘাইকৈ তেওঁ কৌতুক, নাটক তথা একচন চৰিত্ৰত অভিনয় কৰে৷ সৰ্বাধিক সমালোচিত হোৱা তথা ব্যৱসায়িকভাৱে সফল চলচ্চিত্ৰ ডাই হাৰ্ডৰ (Die Hard) ‘John McClane’ চৰিত্ৰটোৰ বাবে ব্ৰুচ উইলিচ বিখ্যাত৷ ৬০ খনৰো অধিক চলচ্চিত্ৰত অভিনয় কৰা ব্ৰুচ উইলিচে ঘাইকৈ Pulp Fiction (1994), 12 Monkeys (1995), The Fifth Element (1997), Armageddon (1998), The Sixth Sense (1999), Unbreakable (2000), Sin City (2005), and Red (2010) ছবিকেইখনত অনবদ্য অভিনয় কৰিছে৷ উত্তৰ আমেৰিকাৰ চলচ্চিত্ৰৰ বক্স অফিচত US$2.64ৰ পৰা 3.05 বিলিয়ন ডলাৰ উপাৰ্জন কৰি নৱম সৰ্বাধিক উপাৰ্জনকাৰী অভিনেতা হিচাপে ব্ৰুচ উইলিচ পৰিচিত হৈছে৷ তেওঁ দুবাৰকৈ এমী এৱাৰ্ড লাভ কৰাৰ লগতে গ’ল্ডেন গ্ল’ব বঁটাও লাভ কৰিছে৷
ব্ৰুচ ৱিলিছ | |
---|---|
জন্ম | ১৯ মাৰ্চ, ১৯৫৫ জাৰ্মান |
পেচা | অভিনেতা, প্ৰযোজক, সংগীতজ্ঞ |
নাগৰিকত্ব | আমেৰিকান |
উল্লেখযোগ্য বঁটা | গ’ল্ডেন গ্ল’ৱ, এমী এৱাৰ্ড |
দাম্পত্যসংগী | ডেমী মুৰ |
বৈবাহিক জীৱন
সম্পাদনা কৰকব্ৰুচ উইলিচে অভিনেত্ৰী ডেমী মুৰক বিয়া কৰায়৷ তিনিটা সন্তান জন্ম হোৱাৰ পিছত ২০০০ চনত তেওঁলোকৰ বিবাহ-বিচ্ছেদ ঘটে৷
চলচ্চিত্ৰ পঞ্জী
সম্পাদনা কৰকএইটো এটা অনূদিত বা অনুবাদ চলি থকা প্ৰবন্ধ। ইয়াৰ তাৎপৰ্য্য কেইবাটাও হ'ব পাৰে। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
ওপৰত দিয়াৰ দৰে বিভিন্ন কাৰণত অনুবাদ প্ৰবন্ধ এটা দেখাত আপচু বা চুটি দেখা যাব পাৰে। লগতে প্ৰবন্ধত সম্পূৰ্ণ তথ্য নাথাকিবও পাৰে। আধৰুৱা তথ্য ক্ষতিকাৰক হ'ব পাৰে। সেয়ে এনে প্ৰবন্ধ পঢ়োঁতে পঢ়ুৱৈক নিজৰ বিবেক ব্যৱহাৰ কৰি প্ৰয়োজন হ'লে আমাৰ ৱিকিপিডিয়াতে ক্ষান্ত নাথাকি মূল প্ৰবন্ধটোও বিচাৰি পঢ়ি ল'বলৈ অনুৰোধ কৰা হ'ল। লগতে অনুবাদকসকলকো সাবধান হ'বলৈ অনুৰোধ কৰা হ'ল। |
বৰ্ষ | শিৰোনাম | চৰিত্ৰ | টোকা |
---|---|---|---|
1979 | The Driller Killer | Car Window Washer | Rumoured cameo |
1980 | The First Deadly Sin | Man Entering Diner | Uncredited |
1982 | The Verdict | Courtroom Observer | |
1985 | A Guru Comes | Extra | |
1987 | Blind Date | Walter Davis | |
1988 | The Return of Bruno | Bruno Radolini | |
Sunset | Tom Mix | ||
Die Hard | John McClane | ||
1989 | That's Adequate | Himself | |
In Country | Emmett Smith | Nominated — Golden Globe Award for Best Supporting Actor – Motion Picture | |
Look Who's Talking | Mikey | Voice Only | |
1990 | Die Hard 2 | John McClane | |
Look Who's Talking Too | Mikey | Voice Only | |
The Bonfire of the Vanities | Peter Fallow | ||
1991 | Mortal Thoughts | James Urbanski | |
Hudson Hawk | Eddie 'Hudson Hawk' Hawkins | Writer | |
Billy Bathgate | Bo Weinberg | ||
The Last Boy Scout | Joseph Cornelius 'Joe' Hallenbeck | ||
1992 | The Player | Himself | |
Death Becomes Her | Dr. Ernest Menville | Nominated — Saturn Award for Best Actor | |
1993 | Loaded Weapon 1 | John McClane | Uncredited |
Striking Distance | Tom 'Tommy' Hardy | ||
1994 | North | Narrator/Guardian Angel | Nominated — Razzie Award for Worst Actor |
Color of Night | Dr. Bill Capa | ||
Pulp Fiction | Butch Coolidge | Nominated — Chlotrudis Award for Best Supporting Actor | |
Nobody's Fool | Carl Roebuck | ||
1995 | Die Hard with a Vengeance | John McClane | |
UnNormal | Jack Richerd | ||
Four Rooms | Leo | Uncredited | |
12 Monkeys | James Cole | Nominated — Saturn Award for Best Actor | |
1996 | Last Man Standing | John Smith | |
Beavis and Butt-Head Do America | Muddy Grimes | Voice Only | |
1997 | The Fifth Element | Korben Dallas | |
The Jackal | The Jackal | ||
1998 | Mercury Rising | Art Jeffries | Razzie Award for Worst Actor |
Armageddon | Harry S. Stamper | ||
The Siege | Major General William Devereaux | ||
1999 | "Franky Goes to Hollywood" | Himself | Short subject |
Breakfast of Champions | Dwayne Hoover | ||
The Sixth Sense | Dr. Malcolm Crowe | Nominated — Saturn Award for Best Actor | |
The Story of Us | Ben Jordan | ||
2000 | The Whole Nine Yards | Jimmy "The Tulip" Tudeski | |
Disney's The Kid | Russell 'Russ' Duritz | ||
Unbreakable | David Dunn | ||
2001 | Bandits | Joe Blake | |
2002 | Hart's War | Col. William A. McNamara | |
Grand Champion | Mr. Blandford | ||
2003 | Tears of the Sun | Lieutenant A.K. Waters | |
Rugrats Go Wild | Spike | Voice Only | |
Charlie's Angels: Full Throttle | William Rose Bailey | Uncredited | |
2004 | The Whole Ten Yards | Jimmy "The Tulip" Tudeski | |
Ocean's Twelve | Himself | ||
2005 | Hostage | Jeff Talley | Also Producer |
Sin City | John Hartigan | ||
2006 | Alpha Dog | Sonny Truelove | |
16 Blocks | Jack Mosley | Also Producer | |
Fast Food Nation | Harry Rydell | ||
Lucky Number Slevin | Mr. Goodkat | ||
Over The Hedge | RJ | Voice Only | |
2007 | The Astronaut Farmer | Colonel Doug Masterson | Uncredited |
Perfect Stranger | Harrison Hill | ||
Grindhouse | Lt. Muldoon | Segment: Planet Terror | |
Nancy Drew | Himself | Uncredited | |
Live Free or Die Hard | John McClane | Also Producer. Named 'Die Hard 4.0' outside North America | |
2008 | What Just Happened | Himself | |
Assassination of a High School President | Principal Kirkpatrick | ||
2009 | Surrogates | Agent Tom Greer | |
2010 | Cop Out | Jimmy Monroe | |
The Expendables | Mr. Church | Uncredited cameo | |
Red | Frank Moses | ||
2011 | Set Up | Jack Biggs | |
Catch .44 | Mel | ||
2012 | The Cold Light of Day | Martin | post-production |
Fire with Fire | Mike Cella | ||
Lay the Favorite | Dink Heimowitz | filming | |
Moonrise Kingdom | Captain Sharp | ||
The Expendables 2 | Mr. Church | ||
G.I. Joe: Retaliation | General Joseph Colton | ||
Looper | Older Joe | ||
2013 | A Good Day to Die Hard | John McClane | pre-production |
বৰ্ষ | শিৰোনাম | চৰিত্ৰ | টোকা |
---|---|---|---|
1984 | Miami Vice | Tony Amato | Episode: "No Exit" |
1985 | The Twilight Zone | Peter Jay Novins | Episode: "Shatterday" |
1985–89 | Moonlighting | David Addison Jr. | 67 episodes |
1996–97 | Bruno the Kid | Bruno the Kid | Voice |
1997 | Mad About You | Amnesia patient | Episode: "The Birth Part 2" |
1999 | Ally McBeal | Dr. Nickle | Episode: "Love Unlimited" |
2000 | Friends | Paul Stevens | Three episodes |
2002 | True West | Lee | Television film |
2005 | That '70s Show | Vic | Episode: "Misfire" |
Date | Costume, Product, or Skit |
---|---|
Feb 2006 | Coffee (Starbruce) |
Sept 2006 | Robotic Mop (Robo Bruce) |
Sept 2007 | Wind-powered Turbine Helmet, Illegal Fireworks (Ka-Bruce), "Roof Jump" skit |
Nov 2008 | Sarah Palin wig, Turkey Deep Fryer (Fry Hard with a Vengeance) |
May 2009 | Rubber Band Helmet (Bruce Willis' Concussion-Buster), "'Obsessed' Movie Cameo" skit |
Sept 2009 | Blanket w/Hairpiece (Bruce Willis' Skanket) |
Dec 2009 | "Bruce the Late Show Intern" skit |
Feb 2010 | Jets Fan outfit, "Olympic Skier" skit, Underwear (Bruce Willis' Amazing Exploding Underpants) |
Oct 2010 | Meat Hairpiece |
বৰ্ষ | শিৰোনাম | টোকা |
---|---|---|
1988 | Sunset | Co-executive producer |
2002 | The Crocodile Hunter: Collision Course | Producer |
2007 | The Hip Hop Project | Executive producer |
বঁটা আৰু স্বীকৃতি
সম্পাদনা কৰক- টেলিভিছন ছিৰিজ মুনলাইটৰ বাবে এমী এৱাৰ্ড
- Comedy/Musical টেলিভিছন ছিৰিজৰ বাবে গ’ল্ডেন গ্ল’ব বঁটা
- বিখ্যাত ‘মেক্সিম’ আলোচনীৰ দ্বাৰা ‘কালাৰ অব নাইট’ চিনেমাখনৰ বাবে চলচ্চিত্ৰ ইতিহাসত শ্ৰেষ্ঠ যৌন আবেদনৰ দৃশ্যত অংশ লোৱাৰ বাবে স্বীকৃতি
- ১৯৯৯ চনত The Sixth Sense ৰ বাবে Blockbuster Entertainment বঁটা
- ২০০৬ চনত হলীউডৰ বিখ্যাত Walk of Fame বঁটা
তথ্য সংগ্ৰহ
সম্পাদনা কৰকবাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত Bruce Willis সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
ৱিকিউদ্ধৃতিত ব্ৰুচ ৱিলিছ বিষয় সংক্ৰান্তত উদ্ধৃতি আছে। |
- BruceWillis.com (Way Back Machine) Official website – shutdown since Thanksgiving 2005. Link refers to the cached homepages of the site at Archive.org.
- ব্ৰুচ ৱিলিছ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ব্ৰুচ ৱিলিছ at the Internet Off-Broadway Database
- ব্ৰুচ ৱিলিছ at People.com
- Bruce Willis interview Archived 2010-07-29 at the Wayback Machine on The Tavis Smiley Show
- DeLucia, Matt (July 2007). "The West Bank Café". Restaurant Insider. Archived from the original on July 14, 2011. https://web.archive.org/web/20110714175206/http://www.newyorkrestaurantinsider.com/july2007-west-bank.asp। আহৰণ কৰা হৈছে: May 9, 2009.
- Bruce Willis at Emmys.com