মাইবং (IPA: ˌmɑɪˈbɒŋg) (ইংৰাজী: Maibang) অসমডিমা হাছাও জিলাৰ অন্তৰ্ভুক্ত এখন ঠাই৷ মাইবঙৰ নামটো ডিমাছা ভাষাৰ দুটা শব্দ 'MAI' আৰু 'BANG' মিলি হোৱা বুলি জনা যায়, যাৰ অৰ্থ হ'ল 'যথেষ্ট খাদ্য' (Mai ৰ অৰ্থ খাদ্য আৰু 'Bang' ৰ অৰ্থ যথেষ্ট) ৷

মাইবং
নগৰ
দেশ  ভাৰত
ৰাজ্য অসম
জিলা ডিমা হাছাও জিলা
চৰকাৰ
 • ধৰণ Dima Hasao Autonomous Territorial Council
কালি
 • মুঠ 10 km2 (4 sq mi)
উচ্চতা
355 m (1,165 ft)
জনসংখ্যা
 (2011)
 • মুঠ 20,664
 • ঘনত্ব 2,100/km2 (5,400/sq mi)

মাইবং ১৬ আৰু ১৮ শতিকাত ডিমাচা ৰাজত্বৰ সময়ত ৰাজধানী আছিল বুলি জনা যায়৷ এই সময়ৰ বিভিন্ন ধ্বংসাৱশেষ এতিয়াও মাইবঙৰ বিভিন্ন অঞ্চলত দেখিবলৈ পোৱা যায়৷

ভৌগোলিক বিৱৰণ

সম্পাদনা কৰক

মাইবং ভৌগোলিকভাৱে 25°18′N 93°10′E / 25.3°N 93.17°E / 25.3; 93.17ত অৱস্থিত৷[1] এই অঞ্চলৰ সাগৰৰ পৰা গড় উচ্চতা ৩৫৫ মিটাৰ (১১৬৪ ফুট)৷

মাইবং চহৰখন মাহুৰ নৈৰ পাৰত এটা পৰ্বতীয়া অঞ্চলত অৱস্থিত৷ এই টাউনখন প্ৰায় দহ বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত হৈ আছে৷

 
A momolith monument called "Ek Patthar Ghar" at Maibong, also popularly known as "Longthaini Noh"

আন্ত:গাঁথনি

সম্পাদনা কৰক

২০১১ চনৰ লোকপিয়ল অনুসৰি,[2] মাইবঙৰ মুঠ জনসংখ্যা ৭৭৩৮ জন৷[3] মাইবঙৰ গড় সাক্ষৰতাৰ হাৰ ৭২% ৷ ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ পৃথকভাৱে গড় সাক্ষৰতাৰ হাৰ হ'ল ৪৩% আৰু ১৯% ৷

মাইবঙৰ মূল ধৰ্মাৱলম্বী লোকৰ সংখ্যা
ধৰ্ম শতাংশ
হিন্দু
  
৯৯%
মুছলমান
  
০.৮%
খ্ৰীষ্টান
  
০.১%
নাস্তিক
  
০.১%

যাতায়ত ব্যৱস্থা

সম্পাদনা কৰক
ৰে'লৰ নাম ৰে'লৰ নম্বৰ পৰা লৈ প্ৰত্যাৱৰ্ত্তন গমন (Departure)
কাছাৰ এক্সপ্ৰেছ ১৫৬৯১ লামডিং শিলচৰ 10:29 PM 10:39 PM
কাছাৰ এক্সপ্ৰেছ ১৫৬৯২ শিলচৰ লামডিং 04:09 04:19
বৰাক ভেলী এক্সপ্ৰেছ ১৫৬৯৩ লামডিং ধৰ্মনগৰ 06:48 06:58
বৰাক ভেলী এক্সপ্ৰেছ ১৫৬৯৪ ধৰ্মনগৰ লামডিং 18:49 18:59
আগৰতলা এক্সপ্ৰেছ ১৫৬৯৫ লামডিং আগৰতলা 23:34 23:44
আগৰতলা এক্সপ্ৰেছ. ১৫৬৯৬ আগৰতলা লামডিং 07:46 07:56
হিল কুইন এক্সপ্ৰেছ ০৫৬৯৭ লামডিং হাফলং 11:41 11:51
হিল কুইন এক্সপ্ৰেছ ০৫৬৯৮ হাফলং লামডিং 15:10 15:20

মাইবঙত ভালসংখ্যক শিক্ষা প্ৰতিষ্ঠান আছে৷ ইয়াৰে ভিতৰত উল্লেখযোগ্য হ'ল-

বিদ্যালয়-

  • মাইবং উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • এভাৰ গ্ৰীণ উচ্চ মাধ্যমিক বিদ্যালয়
  • প্ৰণবানন্দ বিদ্যা মন্দিৰ উচ্চ মাধ্যমিক বিদ্যালয়
  • মাইবং উচ্চ মাধ্যমিক বিদ্যালয়
  • চেইণ্ট জেভিয়াৰছ স্কুল
  • কালাচান্দ উচ্চ মাধ্যমিক বিদ্যালয়
  • নেৰিং হিন্দী একাডেমী
  • চেইঞ্জা ভেলী বিদ্যালয়
  • মাইবং চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়

মহাবিদ্যালয়-

  • মাইবং মহাবিদ্যালয়

উল্লেখযোগ্য ঠাই

সম্পাদনা কৰক
  • ৰাসবাৰী: কচাৰী ৰাজত্বৰ ধ্বংসাৱশেষ পোৱা যায়
  • এক পথ্থৰ ঘৰ: পৌৰাণিক মন্দিৰ
  • মাইবং জলপ্ৰপাত

উল্লেখযোগ্য ব্যক্তি

সম্পাদনা কৰক

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. Falling Rain Genomics, Inc - Maibang[সংযোগবিহীন উৎস]
  2. "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01. 
  3. "Population Finder". Censusindia.gov.in. http://www.censusindia.gov.in/PopulationFinder/Population_Finder.aspx। আহৰণ কৰা হৈছে: 2012-09-30. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক