মুনীন বৰকটকী বঁটা
সাহিত্য বঁটা
প্ৰতিশ্ৰুতিসম্পন্ন তৰুণ লেখক-লেখিকাৰ অসমীয়া ভাষা আৰু সাহিত্যলৈ বিশেষ অৱদান বুলি পৰিগণিত হোৱা সৃষ্টিধৰ্মী বা সমালোচনামূলক গ্ৰন্থ/পাণ্ডুলিপিৰ বাবে প্ৰতি বছৰে মুনীন বৰকটকী বঁটা প্ৰদান কৰা হয়৷ চল্লিশ বছৰ বা তাৰ তলৰ লেখক-লেখিকাকহে এই বঁটাৰ বাবে যোগ্য বুলি ধৰা হয়৷ মুনীন বৰকটকী স্মাৰক ন্যাসৰ দ্বাৰা প্ৰদত্ত এই বঁটাত আছে নগদ ৫০,০০০ টকা, এটা স্মাৰক আৰু এখন প্ৰশস্তি-পত্ৰ৷[1]
বিজয়ীসকল
সম্পাদনা কৰকমুনীন বৰকটকী বঁটা বিজয়ীসকল হৈছে:[2]
বৰ্ষ | বিজয়ী | সাহিত্য কৰ্ম | প্ৰকাৰ |
---|---|---|---|
১৯৯৫ | ৰবীন শৰ্মা | পাঁচাৰ পাচালী | গল্প |
শিৱানন্দ কাকতি | আমৃত্যু অমৃত | গল্প | |
১৯৯৬ | লুৎফা হানুম চেলিমা বেগম | সেউজীয়া বাট এটা বিচাৰিছে সৰাপাটবোৰে | কবিতা |
ভৃংগেশ্বৰ শৰ্মা | কামাখ্যা ফাৰ্মাছিত চাৰিজন বন্ধু | গল্প | |
১৯৯৭ | অনুভৱ তুলসী | দোৰোণ ফুল | কবিতা |
১৯৯৮ | কুল শইকীয়া | আখৰাত মই আৰু অন্যান্য | গল্প |
১৯৯৯ | বিতোপন বৰবৰা | মোৰো এটা সপোন আছিল | গল্প |
ৰাজীৱ বৰুৱা | পানীৰ ঘৰ | কবিতা | |
২০০০ | মৌচুমী কন্দলী | লামবাদা নাচৰ শেষত | গল্প |
পঙ্কজজ্যোতি ভূঞা | ইষ্টাণ্টিক | নাটক | |
২০০১ | নৱনীতা গগৈ | ছাঁ-পোহৰত অকলে | গল্প |
মুনীন বায়ন | কিতাপ আৰু সংলাপ | সমালোচনা | |
২০০২ | হেমাংগ কুমাৰ দত্ত | অথবা | কবিতা |
গংগামোহন মিলি | নদী মানুহৰ ঠিকনা | কবিতা | |
২০০৩ | কুশল দত্ত | ইলেক্ট্ৰনিক চৰাই | কবিতা |
মনোজ বৰপূজাৰী | আমলখি গছৰ সুহুৰি | কবিতা | |
২০০৪ | মণিকুন্তলা ভট্টাচাৰ্য | প্ৰস্তৰ কন্যা | গল্প |
মনালিছা শইকীয়া | পুনৰ জনম লৈ তেজীমলাই | গল্প | |
২০০৫ | মণিকা দেৱী | প্ৰিয় আলাপ | গল্প |
ধ্ৰুৱজ্যোতি শৰ্মা | দ্বীপ | গল্প | |
২০০৬ | অজিৎ গগৈ | ৰঙা জেঠি | কবিতা |
আব্দুছ ছামাদ | বৈ যায় চম্পাৱতী | উপন্যাস | |
২০০৭ | অনামিকা বৰা | জলাশয় | গল্প |
বিজয় শংকৰ বৰ্মন | দেও | কবিতা | |
২০০৮ | গীতালি বৰা | সম্ভৱতঃ | গল্প |
কমল কুমাৰ তাঁতী | মাৰাংবুৰু আমাৰ পিতা | কবিতা | |
২০০৯ | দিগন্ত ওজা | সন্ধিক্ষণত মানুহ | আলোচনা |
ৰত্না ভৰালী তালুকদাৰ | ঘৰ ঘৰ খেলিবা আহা | গল্প | |
২০১০ | ৰূপলেখা দেৱী | অন্যত্ৰ বিৰলা দেৱী | উপন্যাস |
অৰূপ কুমাৰ নাথ | সাউদ আৰু অন্যান্য গল্প | গল্প | |
২০১১ | অৰিন্দম বৰকটকী | অনুশীলন | সমালোচনা |
ৰশ্মিৰেখা বৰা | শিঙৰাজানৰ ৰূপকথা | গল্প | |
২০১২ | সঞ্জীৱ পল ডেকা | এই পিনে কি আছে ? | গল্প |
শৰ্মিষ্ঠা প্ৰীতম | আত্মকথা | আত্মজীৱনী | |
২০১৩ | মৃদুল হালৈ | অকলে আছোঁ কুশলে আছোঁ | কবিতা |
অপু ভৰদ্বাজ | মস্তিষ্কৰ চিনেমা | গল্প | |
২০১৪ | তুলিকা শইকীয়া | চাৰিশাল গোসাঁনীৰ তেজ | উপন্যাস |
দিব্যজ্যোতি বৰা | টোপনিত | কবিতা | |
২০১৫ | জ্যোতি খাটনিয়াৰ | ইমান সৰল নে চেগুন দুডাল | সমালোচনা |
প্ৰতীম বৰুৱা | আৰু নীৰৱতা | কবিতা | |
২০১৬ | ভাস্কৰ ঠাকুৰীয়া | সিংহদ্বাৰ | উপন্যাস |
২০১৭ | ডালিম দাস | হৰি যদু মধু | গল্প |
২০১৮ | দেৱভূষণ বৰা | নিৰ্বচন | সমালোচনা |
২০১৯[3] | অংকুৰ ৰঞ্জন ফুকন | ৎ | কবিতা |
মনোৰঞ্জন বড়ি | ম’হ-যখ | গল্প | |
২০২০ | অভিজিৎ বৰা[4] | ডেউকা কোবাই যায় | চুটিগল্প সংকলন |
২০২১ | প্ৰদ্যুম্ন কুমাৰ গগৈ | চকী আৰু অন্যান্য গল্প | চুটিগল্প সংকলন |
২০২২ | উপাসনা শইকীয়া | হালধীয়া জোতা | চুটিগল্পৰ পাণ্ডুলিপি |
২০২৩ | নয়নজ্যোতি শৰ্মা[5] | জাল কটা জুই | চুটিগল্প সংকলন |
২০২৪ | পাপৰি বৰ্মন | পৰুৱা পোহনীয়া | চুটিগল্প সংকলন |
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "মুনীন বৰকটকী সাহিত্য বঁটা". http://www.muninbarkotoki.org/assamese/award.html। আহৰণ কৰা হৈছে: ২০ নৱেম্বৰ ২০১৮.
- ↑ "মুনীন বৰকটকী সাহিত্য বঁটা’ বিজয়ীসকল". http://www.muninbarkotoki.org/assamese/trust/awrdlist.html। আহৰণ কৰা হৈছে: ২০ নৱেম্বৰ ২০১৮.
- ↑ "অংকুৰ ৰঞ্জন ফুকনৰ ‘ৎ’ আৰু মনোৰঞ্জন বড়িৰ ‘ম’হ-যখ’লৈ ২০১৯ বৰ্ষৰ ‘মুনীন বৰকটকী সাহিত্য বঁটা’". অসমীয়া প্ৰতিদিন. ১১ নৱেম্বৰ ২০১৯. Archived from the original on 2019-11-11. https://web.archive.org/web/20191111090753/https://www.asomiyapratidin.in/munin-barkotoki-memorial-trust-sahitya-award-2019-has-announced/। আহৰণ কৰা হৈছে: ১১ নৱেম্বৰ ২০১৯.
- ↑ "‘ডেউকা কোবাই যায়’ৰ বাবে অভিজিৎ বৰালৈ মুনীন বৰকটকী বঁটা". নিয়মীয়া বাৰ্তা. ১ নৱেম্বৰ ২০২০. https://niyomiyabarta.com/assam/munin-borkataki-award-to-abhijit-bora/। আহৰণ কৰা হৈছে: ৯ ডিচেম্বৰ ২০২০.
- ↑ "ডাঃ নয়নজ্যোতি শৰ্মালৈ মুনীন বৰকটকী সাহিত্য বঁটা". দৈনিক অসম.