লখা খুনবাও (১৬৬৫-১৭৪৫) টিৰাপ সীমান্তৰ নামচা অঞ্চলৰ নক্তে নগা গোষ্ঠীৰ ৰজা আছিল। চলিহা বৰেঘৰ সত্ৰাধিকাৰ শ্ৰী ৰামদেৱৰ ওচৰত প্ৰজা সমম্বিতে শৰণ লোৱাৰ ফলত নৰোত্তম নাম পায়। ৰজা খুনবাওে টিৰাপ পাহাৰৰ পৰা গুৰুঘৰলৈ আহিবলৈ এটা আলি সজাইছিল। [1]

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী