শনিবাৰ
শনিবাৰ ( IPA: [śônibār] ) সপ্তাহৰ এটা দিন, যিটো শুক্ৰবাৰৰ পিছত আৰু দেওবাৰৰ আগতে আহে৷ বৈদিক দেৱতা শনিৰ নামেৰে এই বাৰৰ নামকৰণ কৰা হৈছে। [1] আনহাতে থাইলেণ্ডৰ থাই সৌৰ কেলেণ্ডাৰত শনি শব্দটো পালি ভাষাৰ শনি শব্দৰ পৰা লোৱা হৈছে আৰু শনিবাৰৰ প্ৰতীকী ৰং বেঙুনীয়া বুলি নিৰ্দ্ধাৰণ কৰা হৈছে। ভাৰতীয় কেলেণ্ডাৰ অনুসৰি ই সপ্তাহটোৰ সপ্তম বা অন্তিম দিনা। ভাৰতৰ বিদ্যালয় সমূহত আৰু কিছুমান কাৰ্যালয়ত শনিবাৰটো অৰ্ধ ছুটিৰ দিন হিচাপে ধাৰ্য কৰা হৈছে।
নামকৰণ আৰু উৎপত্তি
সম্পাদনা কৰকজ্যোতিৰ্বিদ্যা
সম্পাদনা কৰকজ্যোতিৰ্বিদ্যাত, শনিবাৰ শনি গ্ৰহৰ লগত সম্পৰ্কিত, ইয়াৰ গ্ৰহ প্ৰতীক তথা ই মকৰ আৰু কুম্ভ ৰাশিৰ লগত সম্পৰ্কিত।
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ Shirotriya, Kasak (2023-02-27). "Who is Shani, the Lord of Karma?" (en-US ভাষাত). InstaAstro. https://instaastro.com/blog/who-is-shani-the-lord-of-karma/। আহৰণ কৰা হৈছে: 2023-10-15.