শিলাদিত্য দেৱ

(শীলাদিত্য দেৱৰ পৰা পুনঃনিৰ্দেশিত)

শিলাদিত্য দেৱ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জনতা পাৰ্টি ৰাজনৈতিক দলৰ সদস্য। তেওঁ ২০১৬ চনত অসম বিধানসভা নিৰ্বাচনত হোজাই বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল।[1][2][3]

শীলাদিত্য দেৱ
বিধায়ক
কাৰ্যকাল
২০১৬ – ২০২১
পূৰ্বসূৰী অৰ্ধেন্দু কুমাৰ দে
উত্তৰসূৰী ৰামকৃষ্ণ ঘোষ
সমষ্টি হোজাই বিধানসভা
ব্যক্তিগত তথ্য
জন্ম গুৱাহাটী
ৰাজনৈতিক দল ভাৰতীয় জাতীয় পাৰ্টি
দাম্পত্যসঙ্গী শ্ৰাবনী দেৱ
পিতৃ-মাতৃ সুবুদ চন্দ্ৰ দেৱ (পিতৃ)
বাসস্থান জোৰাপুখুৰী, হোজাই
জীৱিকা ৰাজনীতিবিদ

জন্ম আৰু শিক্ষা

সম্পাদনা কৰক

কেৰিয়াৰ

সম্পাদনা কৰক

৩ এপ্ৰিল তাৰিখে দেৱে অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্ট আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিধায়কসকলৰ সহায়ত হোজাই পৌৰ ব’ৰ্ড গঠন কৰি দলটোক অৱজ্ঞা কৰাৰ বাবে অসম বিজেপি দলে কাৰণ দেখুৱাবলৈ জাননী জাৰি কৰিছিল।[4]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. Nectar of Independence for all, poison for Bengalis? – Atin Das[সংযোগবিহীন উৎস]
  2. My Neta
  3. BJP gearing up for Assam polls with development agenda, CM candidate and vision document
  4. "Show-cause: Assam BJP MLA served show-cause | Guwahati News - Times of India". The Times of India. 3 April 2017. http://timesofindia.indiatimes.com/city/guwahati/assam-bjp-mla-served-show-cause/articleshow/57989569.cms.