সদস্য:IKHazarika/সদস্য পৃষ্ঠাৰ আগৰ সংস্কৰণ
প্ৰথম সংস্কৰণ
সম্পাদনা কৰকWikipedia:Babel | |||||||||
---|---|---|---|---|---|---|---|---|---|
| |||||||||
Search user languages |
ঈশান কাশ্যপ হাজৰিকা | |
---|---|
পেচা | ছাত্ৰ |
মই ঈশান কাশ্যপ হাজৰিকা, উত্তৰ লখিমপুৰৰ এচিয়ান পাব্লিক স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ। মই অসমীয়া ৱিকিপীডিয়াৰ এজন সদস্য, মই ইংৰাজী ৱিকিপীডিয়াৰো এজন সদস্য। মোলৈ কোনো বাৰ্তা থাকিলে ""ইয়াত"" দিব পাৰে।
বৰঙণি
সম্পাদনা কৰকমই মাজে সময়ে আজৰি পৰত অসমীয়া ৱিকিপীডিয়াত কিছু লিখা মেলা কৰোঁঁ। মোৰ বৰঙণিসমূহ ইয়াত চাব পৰা যাব--->[[1]]
ৱাট্চ্ লিষ্ট
সম্পাদনা কৰকযদিও মই প্ৰায় প্ৰবন্ধ ৱাট্চ্ লিষ্টত নিদিও, মোৰ ৱাট্চ্ লিষ্টখন ইয়াত চাব পৰা যাব---https://as.wiki.x.io/wiki/বিশেষ:লক্ষ্যতালিকা
মই সৃষ্টি কৰা পৃষ্ঠা সমূহ
সম্পাদনা কৰকমই সৃষ্টি কৰা পৃষ্ঠা সমূহৰ তালিকা ইয়াত চাব পাৰে--http://tools.wmflabs.org/xtools/pages/index.php?name=IKHazarika&lang=as&wiki=wikipedia&namespace=0&redirects=noredirects
বঁটা
সম্পাদনা কৰকবঁটা | বঁটা পোৱাৰ তাৰিখ |
---|---|
উদগণি পদক | ৩০/১০/২০১৪ |
ইংৰাজী ৱিকিপীডিয়াৰ সদস্য পৃষ্ঠা
সম্পাদনা কৰকইংৰাজী ৱিকিপীডিয়াৰ সদস্য পৃষ্ঠা চাবলৈ ইয়াত যাব পাৰে--https://en.wiki.x.io/wiki/User:IKHazarika
দ্বিতীয় সংস্কৰণ
সম্পাদনা কৰকমই ঈশান কাশ্যপ হাজৰিকা, উত্তৰ লখিমপুৰৰ এচিয়ান পাব্লিক স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ। মই অসমীয়া ৱিকিপিডিয়াৰ আৰু ইংৰাজী ৱিকিপিডিয়াৰো এজন সদস্য।
অসমীয়া ৱিকিপিডিয়াত মোৰ ১০০টা প্ৰবন্ধ সম্পূৰ্ণ!! সবিশেষ চাবলৈ ইয়াত টিপক!!
সদস্য:IKHazarika | বঁটা | মোলৈ বাৰ্তা ইয়াত দিয়ক | ৱিকিপিডিয়ালৈ মোৰ বৰঙণি | মই আৰম্ভ কৰা প্ৰবন্ধ | ইংৰাজী ৱিকিপিডিয়াৰ সদস্য পৃষ্ঠা | হিন্দী ৱিকিপিডিয়াৰ সদস্য পৃষ্ঠা | বাংলা ৱিকিপিডিয়াৰ সদস্য পৃষ্ঠা |
ঈশান কাশ্যপ হাজৰিকা | |
---|---|
জন্ম | ১৪-০১-২০০০ লখিমপুৰ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
অন্য নাম | মইনা |
পেচা | ছাত্ৰ |
মোৰ জন্ম ১৪ জানুৱাৰী ২০০০ত লখিমপুৰত হৈছিল। মোক ২ বছৰ বয়সত লখিমপুৰৰ মডাৰ্ণ স্কুলত ভৰ্তি কৰোৱা হয় আৰু তাৰ পিছত সংগম একাডেমীলৈ যাওঁ। ৩য় শ্ৰেণীত মোক এচিয়ান পাব্লিক স্কুলত নাম ভৰ্ত্তি কৰোৱা হয়।
পৰিয়াল মোৰ দেউতাৰ নাম ধ্ৰুৱজ্যোতি হাজৰিকা আৰু মাৰ নাম ৰেখা শৰ্মা। ৫ জনীয়া পৰিয়ালটিত মই, দেউতা, মা, আইতা কুসুম হাজৰিকা আৰু ভনী অভিনন্দা কাশ্যপ হাজৰিকা থাকোঁ। আমাৰ ঘৰ বৰ্তমান অসমৰ লখিমপুৰত। বৰ্তমান বিদ্যালয় মই লখিমপুৰৰ এচিয়ান পাব্লিক স্কুললৈ যাওঁ। এই স্কুলত নাৰ্চাৰিৰ পৰা দ্বাদশ শ্ৰেণীলৈকে আছে। স্কুলখন কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ফলকৰ অধীনত। |
Wikipedia:Babel | |||||||||
---|---|---|---|---|---|---|---|---|---|
| |||||||||
Search user languages |