সাগৰলৈ বহু দূৰ
জাহ্নু বৰুৱা পৰিচালিত অসমীয়া চলচ্চিত্ৰ
সাগৰলৈ বহুদূৰ (ইংৰাজী: Xagoroloi Bohudoor, It's a Long Way to the Sea) জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ১৯৯৫ চনত এই ছবিখন মুক্তি দিয়া হয়।
সাগৰলৈ বহুদূৰ (It's a Long Way to the Sea) | |
---|---|
চলচ্চিত্ৰখনৰ এটা স্ক্ৰীনশ্বট | |
পৰিচালক | জাহ্নু বৰুৱা |
ৰচনা | জাহ্নু বৰুৱা |
প্ৰযোজক | জাহ্নু বৰুৱা শৈলধৰ বৰুৱা গায়ত্ৰী বৰুৱা |
অভিনয়ত | বিষ্ণু খাৰঘৰীয়া অৰুণ নাথ কাশ্মীৰি শইকীয়া বৰুৱা সুশান্ত বৰুৱা |
চিত্ৰগ্ৰহণকাৰী | পি. ৰঞ্জন |
সম্পাদনা | হেউ-এন বৰুৱা |
সংগীত পৰিচালক | সত্য বৰুৱা |
পৰিবেশক | ডলফিন ফিল্মছ প্ৰাইভেট লিমিটেড |
মুক্তি |
১৩ অক্টোবৰ ১৯৯৫[1] |
দৈৰ্ঘ্য |
১০৬ মিনিট |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
কাহিনীৰ সাৰাংশ
সম্পাদনা কৰকচলচ্চিত্ৰখনৰ কাহিনী এজন নাৱৰীয়াৰ ওপৰত কেন্দ্ৰিত। পোৱাল হৈছে দিহিং নদীৰ পাৰৰ নেমুগুৰি গাঁৱৰ এজন নাৱৰীয়া। নদীখনৰ ওপৰত দলঙ নথকালৈকে নাও চলাই তেওঁ জীৱন-নিৰ্বাহ কৰি আছিল। তেওঁলোকৰ পৰিয়ালৰ কেইবাটাওপ্ৰজন্মই দিহিং নদীত নাও চলাই আহিছে। যেতিয়া চৰকাৰে নদীখনৰ ওপৰত দলঙ নিৰ্মাণৰ যো-জা কৰে, তেতিয়া তেওঁৰ জীৱনত বহু পৰিৱৰ্তন ঘটে।[1][2]
অভিনয়ত
সম্পাদনা কৰক- বিষ্ণু খাৰঘৰীয়া (পোৱাল, নাৱৰীয়া)
- অৰুণ নাথ (পোৱালৰ পুত্ৰ)
- কাশ্মীৰি শইকীয়া (ৰুণুমী, পোৱালৰ বোৱাৰীয়েক)
- মিৰেল কুদ্দুছ
- সুশান্ত বৰুৱা (সুমন)
বঁটা
সম্পাদনা কৰক- অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৪২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৯৫)[3]
- শ্ৰেষ্ঠ পৰিচালকৰ ৪২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৯৫)
- গেটজ পুৰস্কাৰ (ইংৰাজী: GETZ Prize): ৩১তম চিকাগো ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল )
- প্ৰি ডুঁ পাব্লিক এৱাৰ্ড (ইংৰাজী: Pri Do Public Award) : শ্ৰেষ্ঠ চলচ্চিত্ৰ: নণ্ট ফিল্ম ফেষ্টিভেল, ফ্ৰান্স (ইংৰাজী: Nantes Film festival)
- বিষ্ণু খাৰঘৰীয়া উল্লিখিত, বিশ্ব শান্তি বঁটা (চিকাগ') (Special Mention for Bishnu Kharghoria, World Peace Prize (Chicago))
- শ্ৰেষ্ঠ পৰিচালক (Brussels)
- আন্তঃৰাষ্ট্ৰীয় FIPRESCI বঁটা (Singapore)
- শ্ৰেষ্ঠ অভিনেতা (Singapore)
- শ্ৰেষ্ঠ সঙ্গীত (Nantes), ভাৰতীয় পেন'ৰামা
কাৰিকৰী খুঁটি-নাটি
সম্পাদনা কৰক- ফিল্ম: ৩৫ মিমি
- পৰ্দাৰ অনুপাত: ১:১.৩৩[1]
লগতে চাওক
সম্পাদনা কৰকতথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 "সাগৰলৈ বহু দূৰৰ প্ল'ট". Jahnu Barua. ২০১১. Archived from the original on March 12, 2017. https://web.archive.org/web/20170312184926/http://jahnubarua.com/import/itsalongwaytothesea.html। আহৰণ কৰা হৈছে: October 13, 2012.
- ↑ "The Indian Panorama, IFFI 1996, Delhi". http://theory.tifr.res.in/~sgupta/others/films95.html। আহৰণ কৰা হৈছে: 20 January 2010.
- ↑ "42nd National Film Festival". Directorate of Film Festivals. http://dff.nic.in/images/Documents/75_42ndNfacatalogue.pdf। আহৰণ কৰা হৈছে: 3 September 2020.
বাহ্যিক সংযোগ
সম্পাদনা কৰক- সাগৰলৈ বহু দূৰ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- Rupaliparda