সিন্ধী ভাষা
পাকিস্তান আৰু ভাৰতত প্ৰচলিত এটা ভাষা
সিন্ধী (আৰৱী লিপিতে: سنڌي, দেৱনাগৰী লিপিত: सिन्धी) পাকিস্তানৰ সিন্ধু প্ৰদেশেৰ প্ৰায় ৩ কোটি ৫০ লাখ আৰু ভাৰতৰ প্ৰায় ৮০ লাখ মানুহে এই ভাষাত কথা কয়।
সিন্ধী | |
---|---|
سنڌي,, Sindhī | |
থলুৱা অঞ্চল | পাকিস্তান, ভাৰত. লগতে হংকং, ওমান, ফিলিপাইন, ছিংগাপুৰ, আৰৱ, ইংলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰ |
অঞ্চল | সিন্ধ, বেলুচিস্তান আৰু গুজৰাট |
স্থানীয় ভাষিক |
৫৪.৩ মিলিয়ন |
ভাষা পৰিয়াল |
Indo-European
|
লিখন প্ৰণালী | আৰবী লিপি, দেৱনাগৰী লিপি |
আধিকাৰিক স্থিতি | |
আধিকাৰিক ভাষা |
Sindh, Pakistan Gujarat, India |
নিয়মাধীন হয় |
Sindhi Language Authority (Pakistan) |
ভাষা সংকেত | |
ISO 639-1 | sd |
ISO 639-2 | snd |
ISO 639-3 | snd |
ব্যৱহাৰ
সম্পাদনা কৰকপাকিস্তানত প্ৰচলিত ভাষাবিলাকৰ মাজত ইয়াৰ স্থান তৃতীয়। সিন্ধী পাকিস্তান আৰু ভাৰতৰ চৰকাৰী ভাষা হিচাবে স্বীকৃত। ইণ্ডো-আৰ্য্য ভাষা হ'লেও সিন্ধী ভাষাৰ ওপৰত দ্ৰাবিড় ভাষা গোষ্ঠীৰ ভাষাৰ বিশেষ প্ৰভাৱ পৰিলক্ষিত হয়।
লিখন পদ্ধতি
সম্পাদনা কৰকপাকিস্তানত সিন্ধীসকলে পাৰ্চী-আৰবী লিপিৰ এটা সংস্কৰণ সিন্ধী ধ্বনিবিজ্ঞানৰ লগত খাপ খোৱা নতুন আখৰৰ সৈতে ব্যৱহাৰ কৰে, আনহাতে ভাৰতত দেৱনাগৰী, খুদাবাদী, খোজকি আৰু গুৰমুখীকে ধৰি বহুতো লিপি ব্যৱহাৰ কৰা হয়।[1] সিন্ধীৰ বাবে পাৰ্চী-আৰবী ভাষাও তুলনামূলকভাৱে আগতেই ডিজিটেলভাৱে সুলভ কৰি তোলা হৈছিল।[2]
সিন্ধী ভাষাৰ আটাইতকৈ প্ৰাচীন প্ৰমাণিত তথ্য ১৫ শতিকাৰ।
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ Nair, Manoj R. (2018-07-30). "The dispute over script still endures among Sindhis" (en ভাষাত). Hindustan Times. https://www.hindustantimes.com/mumbai-news/the-dispute-over-script-still-endures-among-sindhis/story-vCiMcJEBCrlgoKO1hLponN.html। আহৰণ কৰা হৈছে: 2022-10-06.
- ↑ "Sindhi becomes the first language from Pakistan to be selected for digitization.". Geo News. Dec 7, 2020. https://www.geo.tv/latest/322814-sindhi-becomes-first-language-from-pakistan-to-be-selected-for-digitisation.