স্থূলপোষকসমূহৰ তালিকা

ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
(স্থূলপোষকদ্ৰব্যৰ তালিকাৰ পৰা পুনঃনিৰ্দেশিত)

জীৱৰ দেহক অধিক মাত্ৰাত প্ৰয়োজন হোৱা পুষ্টিকাৰকবোৰক স্থূলপোষক বুলি কোৱা হয়। ইয়াক তুলনামূলকভাবে অধিক পৰিমাণে (গ্ৰামত বা আউন্সত) সেবন কৰা হয়। ইয়ৰ প্ৰাথমিক কাম হ'ল শক্তি উৎপাদন বা শৰীৰৰ বৃদ্ধি বা মেৰামতি। উদাহৰণ হ'ল কাৰ্ব'হাইড্ৰেট, চৰ্বী, প্ৰোটিন আৰু পানী

শক্তি প্ৰদান কৰা স্থূলপোষক

সম্পাদনা কৰক

শক্তি প্ৰদান কৰা তিনিবিধ প্ৰধান স্থূলপোষক হৈছে: কাৰ্ব'হাইড্ৰেট, প্ৰোটিন, আৰু লিপিড[1]

These two essential fatty acids are the starting point for other important omega-acids (e.g. DHA, EPA)[উদ্ধৃতিৰ প্ৰয়োজন]

শক্তি প্ৰদান নকৰা স্থূলপোষক

সম্পাদনা কৰক

শক্তি প্ৰদান নকৰা দুবিধ প্ৰধান স্থূলপোষক হৈছে: পানী, আৰু খাদ্যজ আঁহ

পানী হৈছে এক প্ৰকাৰৰ স্বচ্ছ জুলীয়া পদাৰ্থ। অক্সিজেনৰ এটা আৰু হাইড্ৰ’জেনৰ দুটা পৰমাণু লগ লাগি পানীৰ অণু গঠন হয়। পানীয়ে কোনো কেল’ৰি বা শক্তিৰ যোগান নধৰিলেও সকলো জীৱকে বিশুদ্ধ বা সুৰক্ষিত খোৱাপানীৰ প্ৰয়োজন।

শাক-পাচলি আৰু ফল-মূলত খাদ্যজ আঁহ পোৱা যায়। ই পাচন তন্ত্ৰৰ বাবে অতি দৰকাৰী উপাদান।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক