হাওৰাঘাট (IPA: ˈhɑʊrəˌgɑːt) (ইংৰাজী: Howraghat)অসমকাৰ্বি আংলং জিলাত অৱস্থিত এখন ঠাই৷

হাওৰাঘাট
নগৰ
দেশ  ভাৰত
ৰাজ্য অসম
জিলা কাৰ্বি আংলং
জনসংখ্যা
 (2001)
 • মুঠ 4,659

'হাওৰাঘাট' নামটো কাৰ্বি শব্দ 'হাৱাৰ-কেহাট' (Hawar-Kehat) ৰ পৰা অহা বুলি জনা যায় ৷ ইয়াৰ অৰ্থ হ'ল 'Crossing The Area' ৷

ভৌগোলিক বিৱৰণ

সম্পাদনা কৰক

আন্ত:গাঁথনি

সম্পাদনা কৰক

২০১১ চনৰ লোকপিয়ল অনুসৰি হাওৰাঘাটৰ মুঠ জনসংখ্যা ৪৬৫৯ জন[1]৷ ইয়াৰে ৫৮% পুৰুষ আৰু ৪২% মহিলা৷ মুঠ জনসংখ্যাৰ ১১% ছয় বছৰৰ অনুৰ্ধৰ৷

হাওৰাঘাটৰ গড় সাক্ষৰতাৰ হাৰ ৮০% ৷ ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ গড় সাক্ষৰতাৰ হাৰ পৃথককৈ ক্ৰমান্বয়ে ৮৫% আৰু ৭৩% ৷

যাতায়ত ব্যৱস্থা

সম্পাদনা কৰক

বিদ্যালয়-

  • হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • হাওৰাঘাট উচ্চমাধ্যমিক বিদ্যালয়
  • হাওৰাঘাট টাউন বালিকা উচ্চ মাধ্যমিক বিদ্যালয়
  • নেশ্যনেল ইংলিচ স্কুল
  • অম্বিকা একাডেমী
  • শ্ৰীমন্ত শংকৰদেৱ শিশু নিকেতন

মহাবিদ্যালয়-

  • হাওৰাঘাট মহাবিদ্যালয়

হাওৰাঘাট স্বায়ত্ত্বশাসিত পৰিষদৰ লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত৷ [2]

উল্লেখযোগ্য ব্যক্তি

সম্পাদনা কৰক

উল্লেখযোগ্য স্থান

সম্পাদনা কৰক

তথ্যসূত্ৰ

সম্পাদনা কৰক