হিমাংশু প্ৰসাদ দাস
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
হিমাংশু প্ৰসাদ দাস (ইংৰাজী: Himanshu Prasad Das) অসমৰ এগৰাকী কবি, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, চলচ্চিত্ৰ অভিনেতা আৰু পৰিচালক। তেওঁ বিশেষকৈ অসমৰ অপেছাদাৰী নাটকৰ লগত জড়িত। তেওঁ ৰচনা আৰু আবৃত্তি কৰা এই ছোৱালী এবাৰ ভালপাই চাবা নেকি শীৰ্ষক কবিতাটিয়ে ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল। ছাকিৰা আহিব বকুলতলৰ বিহুলৈ তেওঁ পৰিচালনা কৰা প্ৰথমখন অসমীয়া চলচ্চিত্ৰ।[1]
হিমাংশু প্ৰসাদ দাস | |
---|---|
ৰাষ্ট্ৰীয়তা | ভাৰত |
নাগৰিকত্ব | ভাৰতীয় |
শিক্ষানুষ্ঠান | কটন কলেজ, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় |
পেচা | চলচ্চিত্ৰ অভিনেতা আৰু পৰিচালক |
জন্ম আৰু শিক্ষা
সম্পাদনা কৰক১৯৮২ চনৰ ২৪ ছেপ্টেম্বৰ তাৰিখে দক্ষিণ কামৰূপৰ আমৰাংগা বৰিহাটত হিমাংশু প্ৰসাদ দাসৰ জন্ম হয় । তেওঁৰ পিতৃৰ নাম সমুদ্ৰনাথ দাস। আমৰাংগা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰা দাসে কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। ইয়াৰ পাছত তেওঁ দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা ২০০৮ চনত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে।
কৰ্মৰাজী
সম্পাদনা কৰক- ↑ "হিমাংশু প্ৰসাদ দাসৰ সৈতে সাক্ষাৎকাৰ". সাক্ষাৎকাৰ. ফটাঢোল. ১ আগষ্ট, ২০২০. https://fotadhol.com/?p=15083। আহৰণ কৰা হৈছে: 22 মে' 2024.