(খণ্ড ত) অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩৮ নং আখৰ। ব্যঞ্জনবৰ্ণ উচ্চাৰণ কৰোঁতে হাঁওফাঁওৰ পৰা বাহিৰ হোৱা বায়ু মুখত ক’ৰবাত নহয় ক’ৰবাত আঘাত হয়। [1]

'ৎ'যুক্ত শব্দ

সম্পাদনা কৰক
  • উৎসৱ
  • উৎসাহ
  • উৎপল
  • মৎস্য আদি।

তথ্য সূত্ৰ

সম্পাদনা কৰক
  1. xobdo.orgত ব্যঞ্জনবৰ্ণ অনুসন্ধান কৰোঁতে পোৱা।
"https://as.wiki.x.io/w/index.php?title=ৎ&oldid=369695"ৰ পৰা অনা হৈছে