১৩ জানুৱাৰী
তাৰিখ
জানুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ | |
২০২৫ |
১৩ জানুৱাৰী (ইংৰাজী: 13 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ত্ৰয়োদশ দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫২টা দিন (অধিবৰ্ষত ৩৫৩টা দিন) বাকী থাকে। এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজী
সম্পাদনা কৰক- ১৮৮৯ - অসমীয়া বাৰ্তালোচনী "জোনাকী"ৰ প্ৰথম সংস্কৰণ প্ৰকাশ।
জন্ম
সম্পাদনা কৰক- ১৮৫৯ - ভূপেন্দ্ৰ নাথ বসু, ভাৰতীয় ৰাজনীতিবিদ।
- ১৯০৫ - উপেন্দ্ৰচন্দ্ৰ লেখাৰু, অসমৰ সাহিত্যিক, শিক্ষাবিদ।
- ১৯৩৭ - ৰংবং তেৰাং, অসমীয়া লেখক আৰু শিক্ষাবিদ।
- ১৯৩৮ - নৱনীতা দেৱ সেন, ভাৰতীয় শিক্ষাবিদ আৰু লেখক।
- ১৯৩৮ - শিৱকুমাৰ শৰ্মা, ভাৰতীয় সংগীত নিৰ্মাতা আৰু সন্তুৰ বাদক।
- ১৯৪৯ - ৰাকেশ শৰ্মা, ভাৰতৰ প্ৰথমজন মহাকাশচাৰী।
- ১৯৭১ - ময়ূখ হাজৰিকা, অসমীয়া গায়ক তথা গীতিকাৰ আৰু সুৰকাৰ।
মৃত্যু
সম্পাদনা কৰক- ১৯৭৪ - হৰিপ্ৰসাদ বৰুৱা, স্বাধীনতা-উত্তৰ অসমৰ প্ৰথম মুখ্য অভিযন্তা আৰু মুখ্য সচিব।
দিৱস
সম্পাদনা কৰক- সংবিধান দিৱস (মংগোলিয়া)।
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ১৩ জানুৱাৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |