১৯৬৪ চনৰ নিগাটা ভূমিকম্প

১৯৬৪ চনৰ নিগাটা ভূমিকম্প হৈছিল জাপানৰ স্থানীয় সময় অনুসৰি ১৩:০১ বজাত (০৪:০১ গ্ৰিনিজ মান সময়]) ১৬ জুনত। ভূমিকম্প মান আছিল ৭.৫ বা ৭.৬[1][2]। এই ভূমিকম্পটোৱে নিগাটা চহৰৰ বহুত ক্ষতি সাধন কৰে সেয়ে এই ভূমিকম্পটোক নিগাটা ভূমিকম্প বোলা হয়[1]। নিগাটা ভূমিকম্পত চহৰখনত বহুত ঠাইত মাটিৰ তৰলীকৰণ ঘটে।

১৯৬৪ চনৰ নিগাটা ভূমিকম্প
১৯৬৪ চনৰ নিগাটা ভূমিকম্প is located in Japan
১৯৬৪ চনৰ নিগাটা ভূমিকম্প
তাৰিখ ১২ জুন, ১৯৬৪
প্ৰাৱল্য ৭.৬ Mw
গভীৰতা ৩৪ কি:মি:
প্ৰকাৰ Dip-slip
দেশ বা অঞ্চল(সমূহ) জাপান, Niigata Prefecture
ছুনামি হৈছিল
হতাহত ৩৬জন মৃত্যু আৰু সন্ধানহীন হৈছিল (৩৮৫ আঘাতপ্ৰাপ্ত)[1]
নিগাটা ভূমিকম্পৰ ফলত হোৱা মাটিৰ তৰলীকৰণৰ ফলত হোৱা অট্টালিকাৰ অৱস্থা
নিগাটা ভূমিকম্পৰ ফলত খহি পৰা দলং

মাটিৰ তৰলীকৰণ

সম্পাদনা কৰক

তথ্য সংগ্ৰহ

সম্পাদনা কৰক