১৯ এপ্ৰিল
তাৰিখ
এপ্ৰিল | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ||
৬ | ৭ | ৮ | ৯ | ১০ | ১১ | ১২ |
১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ |
২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ |
২৭ | ২৮ | ২৯ | ৩০ | |||
২০২৫ |
১৯ এপ্ৰিল (ইংৰাজী: 19 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১০৯তম (অধিবৰ্ষত ১১০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫৬টা দিন বাকী থাকে।
ঘটনাৱলী
সম্পাদনা কৰকজন্ম
সম্পাদনা কৰক- ১৯৩২ - তুলতুল বৰুৱা, অসমৰ প্ৰথমগৰাকী মহিলা অনাতাঁৰ শিল্পী।
- ১৯৩৫ - ৰেৱকান্ত মহন্ত, ভাৰতীয় অংকীয়া নাট আৰু মুখা শিল্পী।
- ১৯৪৫ - সুৰেখা চিক্ৰি, ভাৰতীয় অভিনেত্ৰী।
- ১৯৫০ - হৰিশংকৰ ব্ৰহ্ম, ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত পদত অধিষ্ঠিত প্ৰথমজন অসমীয়া।
- ১৯৫৭ – মুকেশ আম্বানী, ভাৰতীয় ব্যৱসায়ী, ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ চেয়াৰমেন আৰু বৰ্তমান এচিয়াৰ ধনী ব্যক্তি।
- ১৯৭৭ – অঞ্জু ববী জৰ্জ, ভাৰতীয় লং (দীঘল) জাম্পাৰ।
- ১৯৮৭ – মাৰিয়া ছাৰাপোভা, ৰুছ টেনিছ খেলুৱৈ।
মৃত্যু
সম্পাদনা কৰক- ১৮২৪ - লৰ্ড বায়ৰন, এংলো-স্ক'টিছ কবি।
- ১৮৫৮ - অনুৰূপা দেৱী, ভাৰতীয় সাহিত্যিক তথা সমাজকৰ্মী।
- ১৮৮২ - চাৰ্লছ ডাৰউইন, ইংৰাজ জীৱবিজ্ঞানী। তেখেতে প্ৰথম বিৱৰ্তনবাদৰ ধাৰণা দিয়ে। (জন্ম: ১৮০৯)
- ১৮৮৪ - কাদম্বৰী দেৱী, ভাৰতীয় নাট্যকাৰ, সংগীতজ্ঞ, সম্পাদক আৰু চিত্ৰশিল্পী।
- ১৯০৬ - পিয়েৰ ক্যুৰি, নোবেল পুৰস্কাৰ বিজয়ী ফৰাচী পদাৰ্থবিজ্ঞানী। (জন্ম: ১৮৫৯)
- ১৯৪৮ - তাৰা সুন্দৰী, ভাৰতীয় অভিনেত্ৰী, কণ্ঠশিল্পী আৰু নৃত্যশিল্পী।
- ১৯৯৮ - অক্টাৱিয়' পাছ, মেক্সিকান কবি, লেখক আৰু কূটনীতিবিদ।
দিৱস
সম্পাদনা কৰক- বাইচাইকেল দিৱস
তথ্য সংগ্ৰহ
সম্পাদনা কৰক
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ১৯ এপ্ৰিল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |