৩১ অক্টোবৰ
তাৰিখ
অক্টোবৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ | |
২০২৫ |
৩১ অক্টোবৰ (ইংৰাজী: 31 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩০৪তম (অধিবৰ্ষত ৩০৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬১টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
সম্পাদনা কৰক- ১৮৯১ - জাপানত হোৱা প্ৰবল ভূমিকম্পৰ ফলত তিনি সহস্ৰাধিক লোকৰ মৃত্যু হয়।
- ১৯২০ - ভাৰতৰ প্ৰথম শ্ৰমিক সংগঠন নিখিল ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ প্ৰতিষ্ঠা কৰা হয়।
- ১৯৩০ - কলকাতাত বেজবৰুৱা সমিতিৰ প্ৰথম অধিবেশন আৰম্ভ হয়। ১৯৩০ চনত স্থাপিত এই অনুষ্ঠানটো ১৯৩৩ চন মানলৈকে এৰা-ধৰাকৈ সক্ৰিয় হৈ আছিল।
- ১৯৬৬ - ভাৰতীয় সাঁতোৰবিদ মিহিৰ সেনে পানামা খাল সাঁতুৰি অতিক্ৰম কৰে। সাঁতুৰি পাৰ হোৱা তেৱেই প্ৰথম ভাৰতীয়।
- ১৯৯৯ - আটলাণ্টিক মহাসাগৰৰ ওপৰত ইজিপ্তৰ বিমান ব'য়িং ৭৬৭ ধ্বংস হয় আৰু ২১৪ জন যাত্ৰী নিহত হয়।
জন্ম
সম্পাদনা কৰক- ১৭৯৫ - জন কীটছ, ইংৰাজ কবি।
- ১৮৩৫ - যোহান ফ্ৰেডেৰিক উইলহেম আডলফ, প্ৰখ্যাত জাৰ্মান বিজ্ঞানী।
- ১৯৬১ - সৰ্বানন্দ সোণোৱাল, ভাৰতীয় ৰাজনীতিবিদ, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
- ১৮৭৫ - চৰ্দাৰ বল্লভভাই পেটেল, ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতা, লৌহ মানৱ, স্বাধীন ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী।
মৃত্যু
সম্পাদনা কৰক- ১৯২৬ - হেৰী হুডিনি, হাংগেৰীৰ বিশ্বখ্যাত যাদুকৰ।
- ১৯৭৫ - শচীন দেৱবৰ্মণ, বিংশ শতাব্দীৰ ভাৰতীয় বাংলা সঙ্গীত শিল্পী।
- ১৯৮৪ - ইন্দিৰা গান্ধী, ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী।
- ২০০১ - ব্ৰজকুমাৰ নেহৰু, কূটনীতিজ্ঞ, গুজৰাট আৰু অসমৰ প্ৰাক্তন ৰাজ্যপাল।
- ২০০৫ - অমৃতা প্ৰীতম, পদ্মশ্ৰী সন্মান লাভ কৰা প্ৰসিদ্ধ সাহিত্যিক।
দিৱস
সম্পাদনা কৰকবাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ৩১ অক্টোবৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা Archived 2007-03-12 at the Wayback Machine