৩১ মে'
তাৰিখ
মে' | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ |
২০২৫ |
৩১ মে' (ইংৰাজী: 31 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫১তম (অধিবৰ্ষত ১৫২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২১৪টা দিন বাকী থাকে।
ঘটনাৱলী
সম্পাদনা কৰক- ১৮৫৯ – ক্লক টাৱাৰ (The clock tower)-ৰ বিগ বেং (Big Ben) নামৰ ঘড়ীটো চলিবলৈ আৰম্ভ কৰিছিল।
- ১৮৮৯ - পেৰিচৰ আইফেল টাৱাৰ উদ্বোধন।
- ১৯১১ – উত্তৰ আয়াৰলেণ্ডৰ বেলফাষ্টত আৰ.এম.এছ. টাইটানিকৰ শুভ উদ্বোধন কৰা হৈছিল।
- ১৯৩৫ - কোয়েটা (বেলুচিস্তানৰ) ভূমিকম্পত ৫০ হাজাৰ লোকৰ মৃত্যু হৈছিল।
- ১৯৫২ - ভাৰতৰ শিক্ষা মন্ত্ৰণালয়ৰ সহযোগত সংগীত নাটক একাডেমী প্ৰতিষ্ঠা কৰা হয়।
- ২০০২ - ফিফাৰ ১৭তম বিশ্বকাপ ফুটবল দক্ষিণ কোৰিয়াৰ চিউলত আৰম্ভ হৈছিল। দক্ষিণ কোৰিয়া জাপানৰ সৈতে যৌথ আয়োজক আছিল।
জন্ম
সম্পাদনা কৰক- ১৫৭৭ - নুৰ জাহান, মোগল সম্ৰাজ্ঞী আৰু সম্ৰাট জাহাঙ্গীৰৰ প্ৰধান ৰাণী আছিলে। (মৃত্যু: ১৬৪৫)
- ১৭২৫ - মহাৰাণী অহল্যাবাই হোলকাৰ, ভাৰতৰ মাৰাঠা সংঘৰ মালৱা ৰাজ্যৰ হলকাৰ ৰাণী আছিল।
- ১৯১২ - চিয়েন-চিউং উ, চীনা-আমেৰিকান পদাৰ্থবিজ্ঞানী, তেখেতে তেজস্ক্ৰিয়তাৰ গৱেষণাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। (মৃত্যু: ১৯৯৭)
- ১৯১৮ - ৱাল্ট হুইটমেন, কবি, প্ৰবন্ধকাৰ আৰু সাংবাদিক।
- ১৯৪৬ - পুনিতা আৰোৰা, ভাৰতীয় থলসেনা আৰু ভাৰতীয় নৌসেনাৰ প্ৰাক্তন তিনি তাৰকাযুক্ত ফ্লেগ অফিচাৰ।
- ১৯৪৬ - ষ্টিভ বাকনৰ, জামাইকাৰ বিখ্যাত আন্তৰ্জাতিক ক্ৰিকেট আম্পায়াৰ।
- ১৯৫৬ - সূৰ্যকান্ত হাজৰিকা, ভাৰতীয় সাহিত্যিক, সাংবাদিক, গীতিকাৰ, কবি, চলচ্চিত্ৰ নিৰ্মাতা, প্ৰকাশক আৰু শিক্ষাবিদ।
- ১৯৬৬ - ৰোচন মহানামা, শ্ৰীলঙ্কাৰ আন্তৰ্জাতিক ক্ৰিকেটাৰ।
- ১৯৭২ - শিৱানী বৰ্মা, ভাৰতীয় ৰাজযোগ ধ্যান গুৰু আৰু আধ্যাত্মিক বক্তা।
- ১৯৯২ - শোভিতা ধূলিপালা, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
সম্পাদনা কৰক- ১৮৩২ - এভাৰিষ্ট গেল'ৱা, ফৰাচী গণিতবিদ।
- ১৯১৪ - এঞ্জেলো মৰিঅণ্ডো, ইটালিয়ান উদ্ভাৱক।
- ১৯৮৬ - জেমচ্ ৰেইনৱাটাৰ, আমেৰিকান পদাৰ্থবিজ্ঞানী। (জন্ম: ১৯১৭)
- ২০০৯ - কমলা দাস, ভাৰতীয় ইংৰাজী কবি আৰু মালয়ালম ভাষাৰ লেখক।
- ২০১০ - উজৰা বাট, পাকিস্তানী অভিনেত্ৰী।
- ২০১৪ - ব্ৰজনাথ ৰথ, ভাৰতীয় কবি।
- ২০২২ - কৃষ্ণকুমাৰ কুনাথ (কেকে), ভাৰতীয় গায়ক, কলিকতাত ৫৩ বছৰ বয়সত হৃদযন্ত্ৰ বিকল হৈ মৃত্যুবৰণ কৰে। [1]
দিৱস
সম্পাদনা কৰকতথ্য সূত্ৰ
সম্পাদনা কৰক- ↑ "Bollywood playback singer KK passes away while performing at a concert" (en ভাষাত). DNA India. https://www.dnaindia.com/bollywood/report-singer-kk-passes-away-while-performing-at-concert-in-kolkata-2957052। আহৰণ কৰা হৈছে: 2022-05-31.