ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ডিচেম্বৰ-২০২০/এপ্ৰিল মাহৰ বিশেষ অভিলেখ
১ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈকে অনুষ্ঠিত দ্বিতীয়খন সৰ্বভাৰতীয় পৰ্যায়ৰ ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ (নৱেম্বৰ) সম্পাদনা মেলাত ২৯ জন সদস্যই ৫০ খন কিতাপৰ কাম কৰে।
- আলিবাবা আৰু দুকুৰি ডকাইত (আজলীতৰা নেওগ, ১৯৩১ চন)
- সিন্দবাদ আৰু সাতোটি জলযাত্ৰা (আজলীতৰা নেওগ, ১৯৩৭ চন)
- আল্লাউদ্দিন আৰু এটি আচৰিত চাকি (আজলীতৰা নেওগ, ১৯৩১ চন)
- এক ব্যৰ্থ যাত্ৰা (পিনাকপাণি বৰুৱা, ২০১০চন)
- শিক্ষা-বিচাৰ (শৰৎচন্দ্ৰ গোস্বামী,১৯২৩ চন)
- দেৱজিত (মাধৱ কন্দলি,১৯১০ চন)
- উদ্যোগপৰ্ব্ব (ৰাম সৰস্বতী,১৯২৭ চন)
- খটাসুৰ বধ আৰু জঙ্ঘাসুৰ বধ (ৰাম সৰস্বতী,১৯৪৯ চন)
- সুধন্বাবধ পৰ্ব্ব (হৰিদাস বিপ্ৰ, ১৯০৭চন)
- কিষ্কিন্ধ্যাকাণ্ড (মাধৱ কন্দলি, ১৯২৮ চন)
- ঘোষাৰত্ন (গোপাল মিশ্ৰ কবিৰত্ন, ১৯১৪ চন)
- সঙ্গীত-কোষ (লক্ষ্মীৰাম বৰুৱা, ১৯০৭চন)
- কালকুঞ্জ ও শোষক বধ (অজ্ঞাত)
- বব্ৰুবাহ পৰ্ব্ব (হৰিহৰ বিপ্ৰ,১৯৫৭চন)
- নিমি-নৱসিদ্ধ সংবাদ (শংকৰদেৱ)
- পচতি (শংকৰদেৱ,১৯১০ চন)
- আদিচৰিত (মাধৱদেৱ, ১৯২৮ চন)
- স্ত্ৰী-পৰ্ব্ব (ধৰ্ম্মেশ্বৰ মহন্ত,১৯১৩ চন)
- একুৰি এটা গল্প (প্ৰণামিকা অধিকাৰী,২০১০ চন)
- কূৰ্ম্মৱলী-যুদ্ধ (কবি সাগৰ খৰি, ১৯৩৯ চন)
- নামতী-আই (দিবাকৰ দুৱৰা,১৯১১ চন)
- পদ্যমালা- প্ৰথম ভাগ (পদ্মহাস গোস্বামী, ১৮৮৩ চন)
- সাহিত্য - সপ্তম ভাগ (হৰিনাৰায়ণ দত্তবৰুৱা, ১৯২৯ চন)
- কত যে কথা (তিলোত্তমা বৰুৱা, ২০০৪ চন)
- মণিকুট (ৰামচন্দ্ৰ দাস,১৯০৮ চন)
- চিন্তা-তৰঙ্গ (কমলাকান্ত ভট্টাচাৰ্য্য, ১৯৩৩ চন)
- লীলামালা (শংকৰদেৱ,১৯০৬ চন)
- পেৰিছত এসপ্তাহ আৰু অসম (জয়ন্ত কুমাৰ শৰ্মা,২০০৬ চন)
- বৈষ্ণৱী-কীৰ্ত্তন (শংকৰদেৱ,মাধৱদেৱ আৰু ঠাকুৰদেৱ, ১৯২৮ চন)
- মহীৰাৱণ বধ (অজ্ঞাত, ১৯০৮ চন)
- অসম-সন্ধ্যা (দণ্ডিনাথ কলিতা,১৯৫৯ চন)
- গণ-বিপ্লৱ (দণ্ডিনাথ কলিতা,১৯৪৮ চন)