অসমীয়া শিশু আলোচনীসমূহৰ তালিকা
(অসমীয়া শিশু আলোচনী সমূহৰ পৰা পুনঃনিৰ্দেশিত)
এই তালিকাখন অসম্পূৰ্ণ; আপুনি ইয়াক বিস্তাৰ কৰাত সহায় কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগেয়ে অনুগ্ৰহ কৰি সহায়িকাখন এবাৰ চকু ফুৰাব। |
প্ৰাক স্বাধীনতা কাল
সম্পাদনা কৰকক্ৰমিক নং | আলোচনী | সম্পাদক | প্ৰথম প্ৰকাশ |
---|---|---|---|
১ | ল'ৰা বন্ধু | কৰুণাভিৰাম বৰুৱা | ১৮৮৮ |
২ | অকণ | হেমচন্দ্ৰ গোস্বামী | ১৯১৬[1] |
৩ | মইনা | ৰঘুনাথ চৌধাৰী | ১৯২৩[1] |
৪ | অকণ | হেমকান্ত গোস্বামী | ১৯২৩ |
৫ | অৰুণ | মহাদেৱ শৰ্মা | ১৯২৬[1] |
৬ | আমাৰ দেশ | তুলসী নাৰায়ণ শৰ্মা | ১৯৩১ |
৭ | পখিলা | হৰেন্দ্ৰ নাথ শৰ্মা | ১৯৩৩ |
৮ | ন-জোন | নীলমণি ফুকন | ১৯৩৪ |
৯ | পাৰিজাত | দীননাথ শৰ্মা | ১৯৪১ |
৫০-৭০ দশক
সম্পাদনা কৰকক্ৰমিক নং | আলোচনী | সম্পাদক | প্ৰথম প্ৰকাশ |
---|---|---|---|
১ | অকণ | বিৰিঞ্চি কুমাৰ বৰুৱা | ১৯৪৮[1] |
২ | বিহুৱান | হলীৰাম ডেকা | ১৯৫০ |
২ | কাঁচি জোন | এম ইব্ৰাহিম আলি | ১৯৫১ |
৩ | দীপক | গৌৰীকান্ত তালুকদাৰ | ১৯৫৪ |
৪ | জোনবাই | নৱকান্ত বৰুৱা | ১৯৬১[1] |
৫ | বিজ্ঞান জেউতি | মিনধৰ বৰঠাকুৰ | ১৯৬১ |
৬ | মইনা | জাহিদ চৌধুৰী | ১৯৬২ |
৭ | ন-জেউতি | হলধৰ শৰ্মা | ১৯৬৫ |
৮ | আমাৰ ঘৰ | জগত চেতিয়া | ১৯৬৫ |
৯ | নতুন বেলি | জন্ছ মহলীয়া | ১৯৬৭ |
১০ | বাল্য জেউতি | ভূপেন্দ্ৰ নাৰায়ণ চৌধুৰী | ১৯৬৮ |
১১ | ভাইটী-ভনীটি | দেবযানী চলিহা | ১৯৬৮ |
১২ | ৰ'দালী | সুৰেশ চন্দ্ৰ ৰাজখোৱা | ১৯৬৮ |
১৩ | আকাশ | প্ৰীতি বৰুৱা | ১৯৭১ |
১৪ | কাকলি | ৰুচিনাথ শৰ্মা, অশ্বিনী কুমাৰ শৰ্মা | ১৯৭২ |
১৫ | চান্দমামা | বি. নাগি ৰেড্ডী | ১৯৭৬ |
১৬ | কিশোৰ | পৰেশ চন্দ্ৰ বৰুৱা | ১৯৭৬ |
১৭ | ৰূপবন | দীপক দত্ত, বুবুল বৰদলৈ | ১৯৭৬ |
১৮ | সেউজী | হেম বৰা | ১৯৭৭ |
১৯ | কণিকা | অৰুণ শৰ্মা | ১৯৭৭ |
২০ | সেউজী | অৰুণ শৰ্মা | ১৯৭৭ |
২১ | জোন-তৰা | নগেন বৰা | ১৯৭৭ |
২২ | চেমনীয়া | বাণী ভূঞা | ১৯৭৭ |
২৩ | মইনা | সূৰ্য্যকুমাৰ ভূঞা | ১৯৭৯ |
২৪ | ৰুণজুন | বদন বৰুৱা | ১৯৭৯ |
২৫ | ফুলকপি | ৰহিমা হক | ১৯৭৯ |
২৬ | বৰ্ণালী | জয়ন্ত ৰঞ্জন চেতিয়া | ১৯৭৯ |
৮০-৯০ দশক
সম্পাদনা কৰকক্ৰমিক নং | আলোচনী | সম্পাদক | প্ৰথম প্ৰকাশ |
---|---|---|---|
১ | বৰ্ণালী | ১৯৮০ | |
২ | অসমী | মৃদুল কুমাৰ বৰা | ১৯৮০ |
৩ | বৰ্ণালী | পুনাৰাম নেওগ | ১৯৮১ |
৪ | সঁফুৰা | ভবেন্দ্ৰ নাথ শইকীয়া | ১৯৮৩ |
৫ | লুইত কমিক্ছ | মানবেন্দ্ৰ কুমাৰ বৰুৱা | ১৯৮৩ |
৬ | মৌচাক | শান্তনু তামূলী | ১৯৮৪ |
৭ | দৃষ্টি | ড॰ দীনেশ চন্দ্ৰ গোস্বামী | ১৯৮৪ |
৮ | টিংকল | অনন্ত পাই | ১৯৮৪ |
৯ | কণ কণ | ৰঞ্জু হাজৰিকা | ১৯৮৫ |
১০ | ঐক্যন | শান্তনু কৌশিক বৰুৱা | ১৯৮৭ |
১১ | অমৰ চিত্ৰ কথা | অনন্ত পাই | ১৯৮৭ |
১২ | মইনা | ভাগ্যলক্ষ্মী মহন্ত | ১৯৮৭ |
১৩ | মুকুতা | কুমুদ গোস্বামী | ১৯৮৭ |
১৪ | ফুল | নলিনীপ্ৰভা ডেকা | ১৯৮৭ |
১৫ | বিজ্ঞান সঁফুৰা | কুল ৰঞ্জন ডেকা | ১৯৮৭ |
১৬ | ৰং বিৰং | লাৱণ্য গোস্বামী | ১৯৮৮ |
১৭ | ত্ৰিনয়ন | ৰমেন শইকীয়া | ১৯৮৮ |
১৮ | নতুন আৱিষ্কাৰ | শান্তনু তামূলী | ১৯৮৮ |
১৯ | সুৰুয | গকুল বৰপূজাৰী | ১৯৮৯ |
২০ | চন্দ্ৰমা | ঊষা ডেকা | ১৯৮৯ |
২১ | জ্ঞানকোষ | কুমাৰ নিৰঞ্জন | ১৯৮৯ |
২২ | জ্ঞান-বিজ্ঞান | দীনেশ বৈশ্য | ১৯৯০ |
২৩ | ৰ'দালি | পূৰ্ণিমা কোঁৱৰ | ১৯৯০ |
২৪ | ফুলনি | বুবুল চন্দ্ৰ ডেকা | ১৯৯০ |
২৫ | জ্ঞানোদয় | শৰৎ ৰাজখোৱা | ১৯৯০ |
২৬ | মৌ-কোঁহ | বেদান্ত কুমাৰ বৰা | ১৯৯০ |
২৭ | কিশোৰ | হোমেন বৰগোহাঞি | ১৯৯০ |
২৮ | পখিলা | মৃণাল কটকী | ১৯৯১ |
২৯ | সন্ধানী | দিগন্ত কুমাৰ বৰা | ১৯৯৩ |
৩০ | শিশু | অণিমা চুতীয়া | ১৯৯৪ |
৩১ | আজৰি পৰৰ ধেমালি | ভবেন কুমৰ বৰা | ১৯৯৪ |
৩২ | মইনা | অতুল বৰা | ১৯৯৪ |
৩৩ | ৰ'দালি | দীপক নাথ | ১৯৯৪ |
৩৪ | অকণিৰ অগ্ৰদুত | ৰমেন শইকীয়া | ১৯৯৫ |
৩৫ | ময়ূৰ | অংকুৰণ দত্ত, মুজাহিদ আলি, দীনেশ গোস্বামী | ১৯৯৫ |
৩৬ | আমাৰ সাৰথি | নগেন বৰা | ১৯৯৬ |
৩৭ | জিজ্ঞাস | কুলেন্দু পাঠক | ১৯৯৭(?) |
৩৮ | জ্ঞানম | দুলাল মিশ্ৰ | ১৯৯৮ |
২১ শতিকা
সম্পাদনা কৰকক্ৰমিক নং | আলোচনী | সম্পাদক | প্ৰথম প্ৰকাশ |
---|---|---|---|
১ | সমন্বয় | বিপুল কুমাৰ দিহিঙীয়া | ২০০১ |
২ | ছাত্ৰ সাৰথি | শিৱনাথ বৰ্মন | ২০০২ |
৩ | ৰংমন | ২০০৫ | |
৪ | জ্ঞানকোষ | দুলাল মিশ্ৰ | ২০০৭ |
৫ | অকণিৰ জেউতি | বিপুল কুমাৰ দিহিঙীয়া | ২০১৩ |
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- "অসম ইয়াৰবুক ২০১৫", শৰাইঘাট প্ৰকাশন